ETV Bharat / state

জুৰীয়াত অনুষ্ঠিত সজাগতা সভা

জুৰীয়াত শনিবাৰে অনুষ্ঠিত হয় সজাগতা সভা ৷ এই সভা অনুষ্ঠিত কৰে জেএফ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী হাবিব মহম্মদ চৌধুৰীয়ে ৷

author img

By

Published : Jan 10, 2021, 12:32 PM IST

Habib Md Choudhory at Juria nagaon assam etv bharat news
সজাগতা সভা

ৰূপহীহাট,10 জানুৱাৰী: বিগত কিছুদিনৰ পৰা হেলিকপ্তাৰৰে ইখনৰ পিছত সিখন সভা অনুষ্ঠিত কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰি আহিছে হোজাইৰ এগৰাকী উদ্যোগপতিয়ে ৷ বহিঃৰাষ্ট্ৰত ব্যৱসায়িক পৰিসৰ বিস্তৃত কৰা হাবিব মহম্মদ চৌধুৰী নামৰ ব্যৱসায়ীগৰাকীয়ে কিছুদিনৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্ত অনুষ্ঠিত কৰি আহিছে সজাগতা সভা ৷ ধুবুৰীৰ পিছত ব্যৱসায়ী চৌধুৰীয়ে শনিবাৰে উপস্থিত হয় জুৰীয়া খেলপথাৰত ৷ জেএফ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী হাবিব মহম্মদ চৌধুৰীয়ে সংখ্যালঘু লোকসকলক সজাগ কৰাৰ উদ্দেশ্যে এই সজাগতা সভা অনুষ্ঠিত কৰি আহিছে ৷ বিগত প্ৰায় ৭০ বছৰে ভাৰতৰ মুছলমানসকলে ভয় আৰু শংকাত জীৱন অতিবাহিত কৰিব লগা হৈছে বুলি কৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে চৌধুৰীয়ে ৷

লগতে চাওকঃ মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.