ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰিব নগাঁৱৰ অধিবক্তাই - PILagainst CAA

বুধবাৰে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰিব নগাঁৱৰ অধিবক্তাই । মংগলবাৰে দিনত দিল্লীলৈ ৰাওনা অধিবক্তাৰ দলটোৰ ৷

Group Advocates of Nagaon ready to file PILagainst CAA
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰিব নগাঁৱৰ অধিবক্তাই
author img

By

Published : Dec 18, 2019, 3:45 AM IST

Updated : Dec 18, 2019, 3:58 AM IST

নগাওঁ,17 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে জাতিধ্বংসী আইনৰ বিৰুদ্ধে বুধবাৰে নগাঁৱৰ এটা অধিবক্তাৰ দলে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰিব । মঙলবাৰে নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা আবুল হাচিম খণ্ডকাৰৰ নেতৃত্বত 7 জনীয়া এটা দল ৰাওনা হৈছে নতুন দিল্লীলৈ ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰিব নগাঁৱৰ অধিবক্তাই
ইতিমধ্যে এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি মঙলবাৰে ৰাওনা হয় দলটো ।

Intro:বুধবাৰে উচ্চতম ন্যায়ালয়ত কা' বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিব নগাঁৱৰ অধিবক্তাই। দিল্লীলৈ ৰাওনা অধিবক্তাৰ দল।

Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়ত জাতিধ্বংসী এই আইনৰ বিৰুদ্ধে বুধবাৰে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিব নগাঁৱৰ অধিবক্তাৰ এটা দলে। মঙলবাৰে নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা আবুল হাচিম খণ্ডকাৰৰ নেতৃত্বত সাতজনীয়া এটা দল ৰাওনা হৈছে দিল্লীলৈ। ইতিমধ্যে এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি মঙলবাৰে ৰাওনা হয় দলটো।
bite, আবুল হাচিম খণ্ডকাৰ , জ্যেষ্ঠ অধিবক্তা, নগাওঁ।
-------------------------------------------------------------/
ৰকিবুল ওৱাহিদ, নগাওঁ
১৭-১২-২৯

Conclusion:
Last Updated : Dec 18, 2019, 3:58 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.