ETV Bharat / state

কলিয়াবৰত প্ৰচাৰ চলাব সৰ্বানন্দই - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গোলাঘাট জিলাৰ সৰুপথাৰৰ মৰঙী পোৰাবাংলা খেল পথাৰ আৰু খুমটাইৰ বেতিয়নী বাগান খেল পথাৰত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কলিয়াবৰ
author img

By

Published : Apr 1, 2019, 4:49 PM IST

কলিয়াবৰ, 1 এপ্ৰিলঃ কলিয়াবৰত মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ অংশ ল'ব ৰাজ্য়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সমষ্টিটোৰ দুটাকৈ বিধানসভা সমষ্টিত প্ৰচাৰত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কলিয়াবৰ

কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ আৰু খুমটাই বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ গোলাঘাট জিলাৰ মৰঙী পোৰাবাংলা খেল পথাৰ আৰু খুমটাইৰ বেতিয়নী বাগান খেল পথাৰত মনি মাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Intro:কলিয়াবৰ লোকসভা সমষ্টিৰ সৰুপথাৰ আৰু খুমটাই বিধান সভা সমষ্টিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্বাচনী প্ৰচাৰ। গোলাঘাট জিলাৰ সৰুপথাৰৰ মৰঙী পোৰাবাংলা খেল পথাৰ আৰু খুমটাইৰ বেতিয়নী বাগান খেল পথাৰত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। ইতিমধ্যে পোৰাবাংলা খেলপথাৰত ভিৰ কৰিছে অগপ আৰু বিজেপিৰ কৰ্মীৰ লগতে সাধাৰণ জনতা। পোৰাবাংলাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি খুমটাইৰ বেতিয়নী বাগান খেলপথাৰত অংশগ্ৰহণ কৰিব।

Body:Byte : দেৱজিৎ বৰা , সভাপতি বিজেপি গোলাঘাট জিলা

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.