ETV Bharat / state

বটদ্ৰৱাত অপহৰণৰ 5 দিন পিছত আৰক্ষী চকীৰ সন্মুখত উদ্ধাৰ অপহৃতা - বটদ্ৰৱাৰ ৰামপুৰত কিশোৰী অপহৰণ

বটদ্ৰৱাৰ ৰামপুৰত কিশোৰী অপহৰণ । পাঁচদিনৰ পাছত অপহৰণকাৰীয়ে আৰক্ষী থানাৰ সন্মুখত এৰি থৈ গ'ল অপহৃতাক ৷

বটদ্ৰৱাত অপহৰণৰ 5 দিন পিছত আৰক্ষী চকীৰ সন্মুখত উদ্ধাৰ অপহৃতা
author img

By

Published : Sep 11, 2019, 11:29 PM IST

নগাঁও,11 চেপ্তেম্বৰ: ধাৰাবাহিক অপৰাধজনিত ঘটনাই এতিয়া শীৰ্ষস্থান দখল কৰিছে নগাঁও জিলা বটদ্ৰৱা। বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন অঞ্চলসমূহ পৰিণত হৈছে অপৰাধীৰ ৰম্যভুমিলৈ। জীৱনৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে বটদ্ৰৱা থানাৰ এলেকাধীন অঞ্চলসমূহৰ সৰ্বসাধাৰণ ৰাইজ ৷ বটদ্ৰৱাৰ ৰামপুৰত এগৰাকী কিশোৰীক অপহৰণ কৰি পাঁচদিনৰ পিছত অপহৰণকাৰীয়ে আৰক্ষী থানাৰ সন্মুখত এৰি থৈ যায় কিশোৰীগৰাকীক ৷

বটদ্ৰৱাত অপহৰণৰ 5 দিন পিছত আৰক্ষী চকীৰ সন্মুখত উদ্ধাৰ অপহৃতা

ৰামপুৰ সত্ৰ গাঁৱৰ দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰী এগৰাকীক যোৱা ৭ ছেপ্তেম্বৰৰ দিনা নিজ ঘৰৰ পদুলিৰ পৰাই ৰামপুৰ সত্ৰৰ আলাল উদ্দিনৰ পুত্ৰ মঞ্জিৰুল হক নামৰ যুৱকজনৰ নেতৃত্বত এটি দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যায় ৷ পিছত নাবালিকা গৰাকীৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে বহুত বিচাৰ খোচাৰ কৰি নিজ সন্তানৰ কোনো শুংসূত্ৰ নাপাই অৱশেষত বটদ্ৰৱা আৰক্ষীৰ কাষ চাপে ৷ কিন্তু ৰহস্যজনক ভাৱে পাঁচ দিনৰ পাছত হঠাৎ কিশোৰীগৰাকীক অপহৰণকাৰীয়ে বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত এৰি থৈ যায় ৷ পাঁচ দিনৰ পাছত বুধবাৰে হঠাৎ কিশোৰী গৰাকীক দেখি শোকত ভাগি পৰে কিশোৰীগৰাকীৰ পিতৃ-মাতৃ ৷ পিতৃ থানাৰ ভিতৰতে কান্দি কান্দি মূৰ্ছা যায়।

ঘটনা সংক্ৰান্তত বটদ্ৰৱা আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নেও গভীৰ উদ্বেগ প্ৰকাশ কৰি যুৱকজনক ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ব কৰাৰ দাবী জনাইছে ৷

Intro:বটদ্ৰৱাৰ ৰামপুৰত কিশোৰী অপহৰণ । পাঁচদিনৰ পাছত অপহৰণকাৰীয়ে আৰক্ষী থানাৰ সন্মুখত এৰি থৈ গল অপহৃতাক ।Body:ধাৰাবাহিক অপৰাধজনিত ঘটনাই এতিয়ী শীৰ্ষস্হান দখল কৰিছে নগাঁও জিলা বটদ্ৰৱা । বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন অঞ্চলসমূহ পৰিণত হৈছে অপৰাধীৰ ৰম্যভুমিলৈ। জীৱনৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে বটদ্ৰৱা থানাৰ এলেকাধীন অঞ্চলসমূহৰ সৰ্বসাধাৰণ।হয়, পুনৰ বটদ্ৰৱা আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি আৰক্ষী থানাৰ সন্মুখতে অপৰাধীয়ে এৰি গল অপহৃতা এগৰাকী কিশোৰীক ।ৰামপুৰ সত্ৰ গাঁৱৰ দশম শ্ৰেনীত অধ্যয়নৰত কিশোৰী এগৰাকীক যোৱা ৭ ছেপ্তেম্বৰৰ দিনা নিজ ঘৰৰ পদুলিৰ পৰাই ৰামপুৰ সত্ৰৰ আলাল উদ্দিনৰ পুত্ৰ মঞ্জিৰুল হক নামৰ যুৱকজনৰ নেতৃত্বত এটি দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈযায়। পিছত নাবালিকা গৰাকীৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে বহুত বিচাৰ খোচাৰ কৰি নিজ সন্তানৰ কোনো শুংসূত্ৰ নাপাই অৱশেষত কাষচাপে বটদ্ৰৱা থানৰ । কিন্তু ৰহস্যজনক ভাবে পাঁচ দিনৰ পাছত হঠাৎ কিশোৰীগৰাকীক অপহৰণকাৰীয়ে বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত এৰি থৈ যায়। পাঁচ দিনৰ পাছত বুধবাৰে হঠাতে কিশোৰী গৰাকীক দেখি পিতৃ মাতৃয়ে শোকত ভাগি পৰে। পিতৃ থানাৰ ভিতৰতে কান্দি কান্দি মূৰ্ছা যায়। ঘটনা সংক্ৰান্তত বটদ্ৰৱা আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নেও গভীৰ উদ্বেগ প্ৰকাশ কৰি যুৱক জনক ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ব কৰাৰ দাবী জনাইছে । এতিয়া প্ৰশ্ন হয় দিন দুপৰতে বটদ্ৰৱাত এগৰাকী কিশোৰীক অপহৰণ কৰি পাচঁদিনৰ পিছত আৰক্ষী থানাৰ সন্মুখতে অপৰাধীয়ে এৰি থৈ যোৱাৰ পিছতো কিয় অপৰাধীক কৰায়ত্ত কৰিবলৈ ব্যৰ্থ হৈছে বটদ্ৰৱা আৰক্ষী? এই ঘটনাই পুনৰ উদঙাই দিছে আৰক্ষী বিভাগৰ ফোপোলা স্বৰূপটো ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.