ETV Bharat / state

গকুলম কেৰেলা ফুটবল ক্লাৱৰ শিৰত চুড়ান্ত খিতাপ - গকুলম কেৰেলা ফুটবল ক্লাৱ

জলন্দৰ পাঞ্জাৱৰ সীমান্ত সুৰক্ষা বাহিনীক ১-০ গ'লত পৰাস্ত কৰি ৭১ সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে গকুলম কেৰেলা ফুটবল ক্লাৱে ৷

৭১ সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খিতাপ গকুলম কেৰেলা ফুটবল ক্লাৱেলৈ
author img

By

Published : Oct 24, 2019, 12:00 AM IST

নগাওঁ , 23 অক্টোবৰঃ বুধবাৰে নগাওঁ ক্ৰীড়া সংস্থাৰ উদ্যোগত অনুষ্ঠিত ৭১ সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে গকুলম কেৰেলা ফুটবল ক্লাৱে ৷ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত নৈশালোকত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত গকুলম কেৰেলা দলে জলন্দৰ পাঞ্জাৱৰ সীমান্ত সুৰক্ষা বাহিনীক ১-০ গ'লত পৰাস্ত কৰি অৰ্জন কৰে চুড়ান্ত বিজয়ীৰ খিতাপ ৷ স্বাধীনতা কাপৰ চুড়ান্ত বিজয়ী দল গকুলম এফ চি কেৰেলাক বিজয়ী বঁটা প্ৰদান কৰে খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

৭১ সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খিতাপ গকুলম কেৰেলা ফুটবল ক্লাৱেলৈ
আনহাতে খেল চলি থকাৰ সময়তে দুই দলৰ খেলুৱৈৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷ খেল পৰিচালকে দুয়ো দলৰ দুজনকৈ খেলুৱৈক ৰঙা কাৰ্ড প্ৰদৰ্শন কৰাৰ পিছতেই জলন্দৰ পাঞ্জাৱৰ এগৰাকী খেলুৱৈয়ে অভব্য আচৰণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়কঃআলফাই মুকলি কৰি দিলে গৌৰাংগ চন্দ্ৰ দেৱক

Intro:৭১ সংখ্যক স্বাধীনতা কাপ ফুটবলৰ চুড়ান্ত বিজয়ী গকুলম কেৰেলা এফ চি দল। দুই দলৰ দুগৰাকী খেলুৱৈক ৰঙা কাৰ্ড প্ৰদৰ্শন। পৰাজিত পাঞ্জাৱৰ খেলুৱৈৰ অভব্য আচৰণ। বিজয়ী দলক বঁটা প্ৰদান সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ।

Body:নগাওঁ ক্ৰীড়া সংস্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৭১ সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ী খিতাব অর্জন কৰে গকুলম কেৰেলা ফুটবল ক্লাৱে। বুধবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত নৈশালোকত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত গকুলম কেৰেলা দলে জলন্দৰ পাঞ্জাৱৰ সীমান্ত সুৰক্ষা বাহিনীক ১-০ গ'লত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। অগণন দৰ্শকৰ হৰ্ষোল্লাহৰ মাজতে হোৱা উত্তেজনাপূৰ্ণ খেলখনৰ প্ৰথমেই গকুলম কেৰেলাই এটা গ'ল দিয়াৰ পিছত কেবাটাও সুযোগ লাভ কৰিও শূণ্য গ'লতে সন্তুষ্ট থাকিবলগীয়া হ'ল। খেলৰ অন্তত স্বাধীনতা কাপৰ চুড়ান্ত বিজয়ী দল গকুলম এফ চি কেৰেলাক বিজয়ী বঁটা প্ৰদান কৰে খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই।
bite, সাংসদ তাছা,
bite, নগাওঁ ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোহাঁই।

ইপিনে খেল চলি থকাৰ সময়তে দুই দলৰ খেলুৱৈৰ মাজত সৃষ্টি হয় সংঘাতৰ। খেল পৰিচালকে দুয়ো দলৰ দুজনকৈ খেলুৱৈক ৰঙা কাৰ্ড প্ৰদৰ্শন কৰাৰ পিছতেই জলন্দৰ পাঞ্জাৱৰ এগৰাকী খেলুৱৈয়ে অভব্য আচৰণ কৰা পৰিলক্ষিত হয়।
----------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৩-১০-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.