ETV Bharat / state

বটদ্ৰৱাত একেটা পৰিয়ালৰে 4 গৰাকী লোকক কোৱাৰেণ্টাইন ! - হোম কোৱাৰেণ্টাইন

একেটা পৰিয়ালৰে 4 গৰাকী লোকক কোৱাৰেণ্টাইন কৰোৱা হয় বটদ্ৰৱাত । পৰিয়ালটোৰ নিৰুপ্ৰভা বৰা নামৰ এগৰাকী ৬৮ বছৰীয়া মহিলা, ২১ এপ্ৰিলত বি.বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা ঘূৰি আহিছিল বাসগৃহলৈ ।

four people quarantined in batadrava
four people quarantined in batadrava
author img

By

Published : May 11, 2020, 7:53 PM IST

বটদ্ৰৱা, 11 মে': বটদ্ৰৱাত এগৰাকী মহিলাৰ লগতে একেটা পৰিয়ালৰ 4 গৰাকী লোকক হোম কোৱাৰেণ্টাইন কৰোৱা হয় । নিৰুপ্ৰভা বৰা নামৰ মহিলাৰাকী আহিছিল বি.বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা । ২১ এপ্ৰিলত বটদ্ৰৱাস্থিত বাসগৃহলৈ ঘূৰি আহিছিল মহিলাগৰাকী ।

বটদ্ৰৱাত একেটা পৰিয়ালৰে 4 গৰাকী লোকক কোৱাৰেণ্টাইন

সোমবাৰে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী উপস্থিত হৈ মহিলা গৰাকীৰ লগতে পৰিয়ালটোক স্বাস্থ্য পৰীক্ষা কৰি স্বাৱ সংগ্ৰহ কৰে । আগন্তুক ২৮ দিনৰ বাবে ৬৮ বছৰীয়া নিৰুপ্ৰভা বৰাৰ সৈতে পুত্ৰ, বোৱাৰী আৰু নাতিসহ 4 গৰাকীকৈ লোকক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে কৰ্তৃপক্ষই । ইতিমধ্যে নিৰুপ্ৰভা বৰাক আছুতীয়াকৈ এটা কোঠাত ৰাখি, ঘৰৰ আন সদস্য সকলেও কৰ'ণা প্ৰতি সজাগ হৈ কোৱাৰেণ্টাইনত থকা পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃ মঙলবাৰৰ পৰা চলিব যাত্ৰীবাহী ৰে'ল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.