ETV Bharat / state

কঠীয়াতলীত ৬ টাকৈ আধাৰশিলা স্থাপন তিৱা স্বায়ত্ব পৰিষদৰ

author img

By

Published : Feb 24, 2021, 10:22 PM IST

Updated : Mar 2, 2021, 1:26 PM IST

বুধবাৰে তিৱা স্বায়ত্ব পৰিষদৰ ৩০ নং নামবৰ লালুং গাঁও সমষ্টিৰ কঠিয়াতলীত ৬ টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে তিৱা স্বায়ত্ব পৰিষদৰ সদস্য ইন্দ্ৰ বৰদলৈয়ে ৷

কঠীয়াতলীত ৬ টাকৈ আধাৰশিলা স্থাপন তিৱা স্বায়ত্ব পৰিষদৰ
কঠীয়াতলীত ৬ টাকৈ আধাৰশিলা স্থাপন তিৱা স্বায়ত্ব পৰিষদৰ

বঢ়মপুৰ, 24 ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কি শাসকীয় দল, কি বিৰোধী সকলোৱে যেন ব্যস্ত হৈ পৰিছে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাত ৷ সমগ্ৰ ৰাজ্যতে যেন বিভিন্ন কৰ্মৰে ভোটৰ ৰাইজক আকৰ্ষণ কৰাৰ এক অঘোষিত প্ৰতিযোগিতাহে চলিছে ৷ দৈনিক বিভিন্ন আঁচনিৰ উদ্বোধনেৰে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে শাসকীয় দল বিজেপিয়ে ৷

বুধবাৰে তিৱা স্বায়ত্ব পৰিষদৰ ৩০ নং নামবৰ লালুং গাঁও সমষ্টিৰ কঠিয়াতলীত ২০২০-২১ বৰ্ষৰ উন্নয়ন পুঁজিৰ প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে ৬টা স্থানত আধাৰশিলা মুকলি কৰে তিৱা স্বায়ত্ব পৰিষদৰ সদস্য ইন্দ্ৰ বৰদলৈয়ে ৷ অনুষ্ঠানটোত নগাওঁ জিলা বিজেপিৰ সভাপতি অভিজিৎ কুমাৰ নাথৰ লগতে কঠীয়াতলী মণ্ডল বিজেপিৰ সভাপতি চন্দন বৰাকে আদি কৰি বহু বিজেপি নেতা উপস্থিত থাকে ।

লগতে পঢ়ক: সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ

Last Updated : Mar 2, 2021, 1:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.