ETV Bharat / state

কামপুৰত আহিন মহীয়া বানৰ তাণ্ডৱ

author img

By

Published : Sep 25, 2020, 8:18 PM IST

কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবেই বৃদ্ধি পাইছে বৰপানী নৈৰ জলস্তৰ ৷ বৰপানী নৈ উফন্দি উঠা জলস্তৰে ভাঙিলে মাধৱপাৰা-জুৰিপাৰ সংযোগী গড়কাপ্তানী পথ ৷

Flood in kampur nagaon assam etv bharat news
আহিন মহীয়া বানৰ তাণ্ডৱ

বঢ়মপুৰ, 25 ছেপ্তেম্বৰ: আহিন মহীয়া বানত ডুবিছে কামপুৰ ৷ কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবেই বৃদ্ধি পাইছে বৰপানী নৈৰ জলস্তৰ ৷ বৰপানী নৈ উফন্দি উঠা জলস্তৰে ভাঙিলে মাধৱপাৰা-জুৰিপাৰ সংযোগী গড়কাপ্তানী পথ ৷ পথৰ ওপৰৰে তীব্ৰ গতিত বাগৰিছে পানী ৷ বাসগৃহৰ লগতে প্ৰায় শহস্ৰাধিক বিঘা শালি ধানৰ খেতিও বিনষ্ট কৰিছে বানে ৷ ঘৰৰ ভিতৰতে এতিয়া একঁকাল পানীত বুৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ ৷ ইমানৰ পাচতো বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰৰ বাবে সেই অঞ্চলত কোনো ধৰণৰ উদ্ধাৰকাৰীৰ দল কিম্বা প্ৰশাসনৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: পৰ্বতসম সম্পত্তিৰে ধন কুবেৰৰ ৰূপত পি কে দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.