ETV Bharat / state

চামগুৰিৰ পক্ষী তীৰ্থ বিললৈ অশনি সংকেত...

বৃহৎ পৰিমাণৰ মাছৰ মৃত্যুৱে অশনি সংকেত নমাই আনিছে চামগুৰিৰ পক্ষী তীৰ্থ বিললৈ ।

author img

By

Published : Jun 27, 2019, 11:00 PM IST

চামগুৰিৰ পক্ষী তীৰ্থ বিললৈ অশনি সংকেত

নগাঁও,২৭ জুনঃ পক্ষী তীৰ্থ বিললৈ অশনি সংকেত। বৃহৎ পৰিমাণৰ মাছৰ মৃত্যু চামগুৰিৰ পক্ষী তীৰ্থ বিললৈ হঠাতে আহিছে অশনি সংকেট। বিভিন্ন প্ৰজাতিৰ মাছ আৰু পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত চামগুৰি বিল। চামগুৰি বিলৰ ৰৌ ভকুৱা বৰালি আৰু কৰতি মাছৰ আছে যথেষ্ঠ চাহিদা । কিন্তু হঠাত বিলখনলৈ নামি আহিছে বিপৰ্যয়। তিনিটা দিন ধৰি যথেষ্ট সংখ্যক মাছৰ মৃত্যুয়ে উদ্বিগ্ন কৰি তুলিছে অঞ্চলবাসীক।

চামগুৰিৰ পক্ষী তীৰ্থ বিললৈ অশনি সংকেত

বিষাক্ত হৈ পৰিছে চামগুৰি বিলৰ পানী। চাহ বাগানত ব্যৱহাৰ কৰা বিষাক্ত ঔষধ মিশ্ৰিত হৈছে বিলখনৰ পানীৰ সৈতে। যাৰ বাবে বিলখনৰ পানী বিষাক্ত হৈ পৰিছে বুলি সন্দেহ স্থানীয় ৰাইজৰ। বিলখনৰ পানী বিষাক্ত হৈ পৰাৰ লগতে অভাৱ ঘটিছে আক্সিজেনৰ। যাৰ বাবে মৃত্যু মুখত পৰিছে ভিন্ন প্ৰজাতিৰ মাছ। আনহাতে বিলখন পৰিস্কাৰ কৰিবৰ বাবে প্ৰত্যেক বছৰে চৰকাৰে লাখ লাখ টকাৰ অনুদান দিয়ে যদিও একাংশ ৰাজনৈতিক নেতাই সেই ধন আত্মসাত কৰাৰ ফলত বিলখন ভৰি পৰিছে আৱৰ্জনাৰে। ৰাইজৰ চৰকাৰলৈ আহ্বান শীঘ্ৰেই বিল খন পৰিস্কাৰ কৰি জলজ প্ৰাণীসমূহক ৰাক্ষা কৰক ।

Intro:চামগুৰি পক্ষী তীৰ্থ বিললৈ অশনি সংকেত। বৃহৎ পৰিমাণৰ মাছৰ মৃত্যু। Body:চামগুৰিৰ পক্ষী তীৰ্থ বিললৈ হঠাতে আহিছে অশনি সংকেট।বিভিন্ন প্ৰজাতিৰ মাছ আৰু পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত চামগুৰি বিল।চামগুৰি বিলৰ ৰৌ ভকুৱা বৰালি আৰু কৰতি মাছৰ আছে যথেষ্ঠ চাহিদা।কিন্তু হঠাত বিলখনলৈ আহিছে বিপৰ্যয়।তিনিটা দিন ধৰি বৃহত পৰিমানৰ মাছৰ মৃত্যুয়ে উদ্বিগ্ন কৰি তুলিছে অঞ্চলবাসীক।বিষাক্ত হৈ পৰিছে চামগুৰি বিলৰ পানী।চাহ বাগানত ব্যবহাৰ কৰা বিষাক্ত ঔষধ মিশ্ৰিত হৈছে বিলখনৰ পানীৰ সৈতে।যাৰ বাবে বিলখনৰ পানী বিষাক্ত হৈ পৰিছে বুলি সন্দেহ ৰাইজৰ।বিলখনৰ পানী বিষাক্ত হৈ পৰাৰ লগতে অভাব ঘটিছে আক্সিজেনৰ।যাৰ বাবে মৃত্যু মুখত পৰিছে ভিন্ন প্ৰজাতিৰ মাছ। আনহাতে বিলখন পৰিস্কাৰ কৰিবৰ বাবে প্ৰত্যেক বছৰে চৰকাৰে লাখ লাখ টকাৰ অনুদান দিয়ে যদিও একাংশ ৰাজনৈতিক নেতাই ক্ষমতা দেখুৱাই আত্মসাত কৰে সমুদায় ধন।যাৰ বাবে বিলখন ভৰি পৰিছে অসংখ্য আবৰ্জনাৰে।
Bite:public.
____;;;;;______________________
ৰকিবুল ওৱাহিদ, নগাওঁ
27-6-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.