ETV Bharat / state

নগাঁৱৰ গুৰুদ্বাৰৰ গুদামত অগ্নিকাণ্ড

author img

By

Published : Oct 29, 2019, 2:52 PM IST

Updated : Oct 29, 2019, 10:12 PM IST

নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ কেবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত । অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন ।

নগাঁৱৰ গুৰুদ্বাৰৰ গুদামত অগ্নিকাণ্ড

নগাঁও, 29অক্টোবৰঃ মঙলবাৰে পুৱাই নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ নগাঁও চহৰৰ ফৌজদাৰী পট্টিত থকা ধৰ্মীয় অনুষ্ঠান গুৰুদ্বাৰৰ এটা গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। একাংশই জ্বলোৱা ফটকা আৰু আতচবাজীৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে । ইপিনে চাইকেল আৰু চাইকেলৰ সামগ্ৰী মজুত ৰখা গুদামত সংঘটিত অগ্নিকাণ্ডত জাহ যায় কেবা লক্ষাধিক টকাৰ সামগ্ৰী । পাচত ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

লগতে চাওক-ইণ্ডো-চীন সীমান্তত দেৱালী উদযাপন কিৰেণ ৰিজিজু আৰু পেমা খাণ্ডুৰ

Intro:ফটকা আতচবাজীৰ পৰাই নগাঁৱৰ গুৰুদ্বাৰৰ গুদামত অগ্নিকাণ্ড। কেবালক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন।

Body:দেৱালীৰ নামত নগাওঁ চহৰৰ বিভিন্ন প্ৰান্তত মঙলবাৰ পৰ্য্যন্ত অব্যাহত ফটকা আতচবাজী।ব্যাপক শব্দ প্ৰদূষণ সৃষ্টি কৰি একাংশই কৰা ফটকা আতচবাজীৰ পৰাই মঙলবাৰে পুৱাই এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। নগাওঁ চহৰৰ ফৌজদাৰী পট্টিত থকা ধৰ্মীয় অনুষ্ঠান গুৰুদ্বাৰৰ এটা গুদামত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। চাইকেল আৰু চাইকেলৰ সামগ্ৰী মজুত ৰখা গুদামত সংঘটিত অগ্নিকাণ্ডত জাহ যায় কেবালিক্ষাধিক টকাৰ সামগ্ৰী। ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
bite,
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৯-১০-১৯

Conclusion:
Last Updated : Oct 29, 2019, 10:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.