ETV Bharat / state

নগাঁওত ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড

author img

By

Published : May 7, 2019, 7:32 PM IST

নগাওঁ চহৰৰ ঢাকাইপট্টিস্থিত ছায়াৰ ষ্টৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ড। দুপৰীয়া হঠাৎ জ্বলি উঠে এখন কাপোৰৰ দোকান ৷

অগ্নিকাণ্ড

নগাঁও, 7 মেঃ নগাঁৱত মঙলবাৰে দিনৰ ভাগত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ চহৰখনৰ ঢাকাইপট্টিস্থিত ছায়াৰ ষ্টৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷

অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই যদিও বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । ক্ষয় ক্ষতিৰ পৰিমাণ এই পৰ্যন্ত নিশ্চিত কৰিব পৰা নাই যদিও প্ৰায় ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হোৱা বুলি ধাৰণা কৰা হৈছে। চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনী ৷

Intro:নগাঁৱৰ ছায়াৰ ষ্টৰত বিধ্বংসী অগ্নিকাণ্ড।

Body:নগাওঁ চহৰৰ ঢাকাইপট্টিস্থিত ছায়াৰ ষ্টৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ড। দুপৰীয়া হঠাৎ জ্বলি উঠে কাপোৰৰ দোকানখন। নিমিষতে বিধ্বংসী জুইয়ে ছানি ধৰে দোকানখন। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ব্যস্ত অঞ্চলটোত লাগে হুৱাদুৱা। চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত নিৰ্বাপন হয় জুই। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই যদিও বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ক্ষয় ক্ষতিৰ পৰিমান এই পৰ্য্যন্ত নিশ্চিত কৰিব পৰা নাই যদিও প্ৰায় ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হোৱা বুলি ধাৰণা কৰা হৈছে। স্মৰ্তব্য যে নগাওঁ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্য্যালয়ৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগত অগ্নিকাণ্ড সংঘটিত হোৱা স্থানতো বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰো অভিযোগ উত্থাপন হৈছে।
bite
-----------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৭-৫-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.