- চামগুৰিৰ মোৱামাৰীত ভয়ংকৰ ঘটনা
- নিজ কন্যাক মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা পিতৃৰ
- মোবাইল ফোনৰ কেমেৰাত বন্দী এজন পাষাণ পিতৃৰ কু-কৰ্ম
- সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কিশোৰীগৰাকীকচামগুৰি
- নিৰ্দয় পিতৃক বাঁহেৰে আক্ৰমণ ক্ষুব্ধ মহিলাৰ
- ইতিমধ্যে পিতৃ জামালউদিনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে
- বুধবাৰে বিয়লি সংঘটিত হৈছিল এই ঘটনা
- বৃহস্পতিবাৰে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰে ভিডিঅ'
VIDEO: নিজ কন্যাক মৰিয়াই হত্যাৰ চেষ্টা পিতৃৰ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য - daughter
চামগুৰিৰ মোৱামাৰীত সংঘটিত এই ঘটনা, সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কিশোৰীগৰাকীক
![VIDEO: নিজ কন্যাক মৰিয়াই হত্যাৰ চেষ্টা পিতৃৰ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4014061-thumbnail-3x2-pp.jpg?imwidth=3840)
চামগুৰি
- চামগুৰিৰ মোৱামাৰীত ভয়ংকৰ ঘটনা
- নিজ কন্যাক মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা পিতৃৰ
- মোবাইল ফোনৰ কেমেৰাত বন্দী এজন পাষাণ পিতৃৰ কু-কৰ্ম
- সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কিশোৰীগৰাকীকচামগুৰি
- নিৰ্দয় পিতৃক বাঁহেৰে আক্ৰমণ ক্ষুব্ধ মহিলাৰ
- ইতিমধ্যে পিতৃ জামালউদিনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে
- বুধবাৰে বিয়লি সংঘটিত হৈছিল এই ঘটনা
- বৃহস্পতিবাৰে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰে ভিডিঅ'
Intro:Exclusive Breaking Body:চামগুৰিৰ মোৱামাৰীত জঘণ্য ঘটনা। পিতৃয়ে মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা চলালে নিজৰ কন্যাক। সংকটজনক অৱস্থাত কিশোৰীগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি। গম নোম শিয়ঁৰি উঠা দৃশ্য বন্দী মোবাইল কেমেৰাত। পাষন পিতৃক বাঁহেৰে আক্ৰমণ ক্ষুব্ধ মহিলাৰ। পিতৃ জামালউদিনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। বুধবাৰে বিয়লি সংঘটিত হৈছিল এই ঘটনা। বৃহস্পতিবাৰে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰে ভিডিঅ। ই টি ভি ভাৰতৰ হাতত চাঞ্চল্যকৰ ভিডিঅ।
Conclusion:
Conclusion: