ETV Bharat / state

নগাঁও ইলেক্ট্ৰনিক এণ্ড ডিজিটেল মিডিয়া এছ'চিয়েছন গঠন - বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত কৰ্মৰত সাংবাদিক

নগাঁৱৰ বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত কৰ্মৰত সাংবাদিক সকলক লৈ নগাঁও ডিজিটেল এণ্ড ইলেকট্ৰনিক মিডিয়া এছ'চিয়েছন গঠন । নগাঁও জিলাৰ বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত কৰ্মৰত সাংবাদিক সকলক লৈ শীঘ্ৰেই নগাঁৱত এখন অভিৱৰ্তন অনুস্থিত কৰাৰ বাবেও আজি সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

নগাঁও ইলেক্ট্ৰনিক এণ্ড ডিজিটেল মিডিয়া এছোচিয়েশ্যন গঠন

author img

By

Published : Jun 10, 2022, 6:37 PM IST

নগাওঁ, 10 জুন: নগাঁও প্ৰেছ ক্লাৱত আজি নগাঁৱৰ বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত কৰ্মৰত সাংবাদিক সকলক লৈ আয়োজিত এক গুৰুত্বপূৰ্ণ সভাত নগাঁও ডিজিটেল এণ্ড ইলেকট্ৰ'নিক মিডিয়া এছ'চিয়েছন চমুকৈ NEDMA নামৰ এটা সংগঠন গঠন কৰা হয় (Electronic Digital media organization form at Nogaon) । জ্যেষ্ঠ সাংবাদিক তপন কুমাৰ বৰাক সভাপতি আৰু নীলোৎপল বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা ৪১জনীয়া সমিতিখনত জ্যেষ্ঠ সাংবাদিক পলাশ প্ৰতিম হাজৰিকা, শৈলেন শইকীয়া, জিতেন বৰকটকী আৰু হৰেশ্বৰ বৰাক উপদেষ্টাৰ দায়িত্ব অৰ্পন কৰা হয় ।

অজিত কুমাৰ শইকীয়া, ৰকিবুল ৱাহিদ, চন্দনজ্যোতি বৰা আৰু লক্ষ্যজ্যোতি বৰাক উপ-সভাপতি, শ্যামেন্দ্ৰ বৈৰাগী আৰু কৃষ্ণ শইকীয়াক সহকাৰী সাধাৰণ সম্পাদক, থমাছ ভূঁঞাক সাংগঠনিক সম্পাদক, বিজু গোঁহাই আৰু ভাস্কৰজ্যোতি বৰাক কোষাধ্যক্ষ, ভাস্কৰ শইকীয়া আৰু নিৰঞ্জন শইকীয়াক আলোচনী সম্পাদক, গুণীন দাসক প্ৰচাৰ সম্পাদক আৰু শোণিত কুমাৰ বৰাক কাৰ্যালয় সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হয় ।

ৰিবলু কাঠ হাজৰিকা, হিংমাশু বৰা, হেমন্ত দাস, লক্ষ্যজোতি বৰা, বিকি দাস, গোপাল ৰয়, ৰাজ দাস, ৰঞ্জিত শৰ্মা, ৰ'জ ভূঁঞা, জেহিৰুল ইছলাম, আছিৰুল হক আৰু জাকিৰ হুছেইনক কাৰ্যকৰী সদস্য হিচাপে দায়িত্ব অৰ্পন কৰা হয় । নগাঁও জিলাৰ বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত কৰ্মৰত সাংবাদিক সকলক লৈ শীঘ্ৰেই নগাঁৱত এখন অভিৱৰ্তন অনুস্থিত কৰাৰ বাবেও আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক: কৃষি কৰ্ম, মৌ পালনেৰে স্বাৱলম্বী হোৱাৰ চেষ্টা এজন অসমীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.