ETV Bharat / state

জুৰীয়াত ব্যতিক্ৰমী ঈদুজ্জোহা

ইছলাম ধৰ্মী লোকসকলৰৰ পবিত্ৰ ঈদুজ্জোহা উপলক্ষে জুৰীয়াত মহিলাই সম্পন্ন কৰে ঈদৰ নামাজ

author img

By

Published : Aug 12, 2019, 9:12 AM IST

জুৰীয়াত ব্যতিক্ৰমী ঈদুজ্জোহা

নগাঁও,12আগষ্ট :

  • আজি ইছলাম ধৰ্মী লোকৰ পবিত্ৰ ঈদুজ্জোহা
  • ঈদুজ্জোহা উপলক্ষে ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ
  • জুৰীয়াত উদযাপিত হ'ল ব্যতিক্ৰমী ধৰ্মী ঈদুজ্জোহা
  • জুৰীয়াত মহিলাই সম্পন্ন কৰিলে ঈদৰ নামাজ
  • জুৰীয়া আঞ্চলিক ঈদগাহ ময়দানত সম্পন্ন কৰা হয় এই নামাজ
  • পুৰুষৰ সমানে সমানে মহিলাই সম্পন্ন কৰিলে ঈদৰ নামাজ
  • প্ৰায় পাঁচ শতাধিক মহিলাই একত্ৰিত হৈ আদায় কৰে ঈদৰ নামাজ

Intro:জুৰীয়াত মহিলাই সম্পন্ন কৰিলে ঈদৰ নামাজ। Body:
জুৰিয়াত মহিলাই সম্পন্ন কৰিলে পৱিত্ৰ ঈদৰ নামাজ ।
জুৰীয়া আঞ্চলিক ঈদগা ময়দানত পুৰষৰ সমানে সমানে মহিলা সম্পন্ন কৰিলে ঈদৰ নামাজ ।
প্ৰায় পাচ শতাধিক মহিলাই একত্ৰিত হৈ আদায় কৰিলে ঈদৰ নামাজ ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.