ETV Bharat / state

মিছাত চি.চি.টি.ভি কেমেৰাত বন্দী ডাম্পাৰ চুৰিৰ সমগ্ৰ দৃশ্য

কলিয়াবৰত এইবাৰ ডাম্পাৰ চুৰি। চামগুৰি থানাৰ অন্তৰ্গত মিছা পেট্ৰল পাম্পৰ পৰা নিশা চুৰি এখন ডাম্পাৰ। নিশা পেট্ৰল পাম্পত ৰখাই থোৱাৰ পৰাই চুৰি হ'ল ডাম্পাৰখন।

author img

By

Published : Feb 20, 2021, 7:31 PM IST

মিছাত চি.চি.টি.ভি কেমেৰাত বন্দী ডাম্পাৰ চুৰিৰ সমগ্ৰ দৃশ্য
মিছাত চি.চি.টি.ভি কেমেৰাত বন্দী ডাম্পাৰ চুৰিৰ সমগ্ৰ দৃশ্য

নগাঁও,20 ফেব্ৰুৱাৰী : নগাঁৱৰ মিছাত চোৰ হ'ল এখন ডাম্পাৰ ৷ চামগুৰি থানাৰ অন্তৰ্গত মিছা পেট্ৰল পাম্পৰ পৰা নিশা এখন ডাম্পাৰ চুৰি হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

নিশা পেট্ৰল পাম্পত ৰখাই থোৱাৰ পৰাই চুৰি হ'ল ডাম্পাৰখন । নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ কাম কৰিবলৈ মিছাৰ বীৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে ডাম্পাৰখন চামগুৰিৰ বাজিয়া গাঁৱৰ পৰা ভাড়াত অনা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত ইতিমধ্যে চামগুৰি থানাত এজাহাৰ দাখিল কৰিছে ডাম্পাৰৰখন ভাড়াত অনা ব‍্যক্তি গৰাকীয়ে। পেট্ৰ'ল পাম্পৰ চি.চি.টি.ভি কেমেৰাত বন্দী হোৱা চুৰিকাণ্ডৰ দৃশ‍্যাংশৰ ভিত্তিত ইতিমধ‍্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: কলিয়াবৰত ৰেল পথৰ দাঁতিত উদ্ধাৰ মৃত নৱজাতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.