ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ চৌহদত উদ্ধাৰ নিচাজাতীয় ঔষধৰ পেকেট

ঈদ উপলক্ষে ধেমালি চলি থকাৰ সময়ত বুধবাৰে পুৱা উদ্ধাৰ হয় নিচাজাতীয় টেবলেটৰ খালী পেকেট আৰু বটল

author img

By

Published : Aug 14, 2019, 1:36 PM IST

চৰকাৰী বিদ্যালয়ৰ চৌহদত উদ্ধাৰ নিচাজাতীয় ঔষধৰ পেকেট
  • চৰকাৰী বিদ্যালয়ৰ চৌহদত উদ্ধাৰ নিচাজাতীয় ঔষধৰ খালী পেকেট
  • নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত নিশা ড্ৰাগছ সেৱন একাংশ যুৱকৰ
  • মধুপুৰ যুৱক সংঘৰ উদ্যোগত ঈদ উপলক্ষে বিদ্যালয়ৰ চৌহদত আয়োজন কৰা হয় তিনিদিনীয়া খেল ধেমালি
  • খেল-ধেমালি চলি থকাৰ সময়ত বুধবাৰে পুৱা উদ্ধাৰ হয় নিচাজাতীয় টেবলেটৰ খালী পেকেট আৰু বটল
  • নিশা আন্ধাৰৰ সুযোগ লৈ বিদ্যালয় চৌহদতে নিচাজাতীয় ঔষধ সেৱন কৰাৰ সন্দেহ বিদ্যালয় কৰ্তৃপক্ষৰ
  • বিদ্যালয়খনত প্ৰায়েই নিচাজাতীয় ঔষধৰ খালী পেকেট পোৱাৰ দাবী বিদ্যালয় কৰ্তৃপক্ষৰ
  • এনে ঘটনাই বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশত প্ৰভাৱ পেলোৱাৰ অভিযোগ

Intro:বিদ্যালয় চৌহদত নিশা ড্ৰাগছ সেৱন একাংশ যুৱকৰ। বিদ্যালয় চৌহদত উদ্ধাৰ নিচাজাতীয় ঔষধৰ খালী পেকেট।

Body:একাংশ যুৱকে নিশা চৰকাৰী বিদ্যালয়তে নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ তথ্য পোহৰলৈ আহিছে। বুধবাৰে পুৱা নগাঁৱৰ এখন চৰকাৰী বিদ্যালয় চৌহদত নিচাজাতীয় ঔষধৰ খালী পেকেট উদ্ধাৰক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত মধুপুৰ যুৱক সংঘৰ উদ্যোগত ঈদ উপলক্ষে তিনিদিনীয়া খেল ধেমালি চলি থকাৰ সময়ত পুৱা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটৰ খালী পেকেটৰ লগতে উদ্ধাৰ হয় নিচাজাতীয় ঔষধৰ খালী বটল। নিশা একাংশ উদণ্ড যুৱকে আন্ধাৰৰ সুযোগ লৈ বিদ্যালয় চৌহদতে নিচাজাতীয় ঔষধ সেৱন কৰাৰ সন্দেহ বিদ্যালয় কৰ্তৃপক্ষৰ। বিদ্যালয়খনত প্ৰায়েই এনেদৰে নিচাজাতীয় ঔষধৰ খালী পেকেট পোৱা বুলি দাবী বিদ্যালয় কৰ্তৃপক্ষৰ। পুৱা পাঠদানৰ আৰম্ভ হোৱাৰ পূৰ্বেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যক্ষ কৰিবলগীয়া হয় নিচাজাতীয় ঔষধৰ খালী পেকেট। বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশত যথেষ্ট প্ৰভাৱ পেলাইছে এনে কাণ্ডই।
bite-
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৪-৮-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.