ETV Bharat / state

নগাঁৱত আৰক্ষীৰ জালত কেইবালক্ষাধিক টকাৰ হেৰ'ইনঃ আটক 2

author img

By

Published : Feb 13, 2020, 5:23 PM IST

বৃহস্পতিবাৰে নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী ৷ নগাঁৱৰ ইছলামপট্টিৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ কেইবা লক্ষাধিক টকাৰ হেৰ'ইন ।

নগাঁও
নগাঁৱত আৰক্ষীৰ জালত কেইবালক্ষাধিক টকাৰ হেৰ'ইন, আটক 2

নগাঁও, 13 ফেব্ৰুৱাৰীঃ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত নগাঁও জিলা ৷ এটাৰ পাচত আন এটা অপৰাধজনিত ঘটনাই শংকিত কৰি তুলিছে নগাঁৱৰ সচেতন মহলক ৷ বৃহস্পতিবাৰে নগাঁও আৰক্ষীৰ আন এক সফল অভিযান। এইবাৰ জব্দ কেইবালক্ষাধিক টকাৰ হেৰ'ইন । ডিমাপুৰৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰা দুই ব্যৱসায়ী আৰক্ষীৰ জালত । নগাঁৱৰ ইছলামপট্টিৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ'ইন। লগতে আটক কৰে ছিলঙনীৰ খুৰচিদ আলী আৰু ভকতগাঁৱৰ মজিবুৰ ৰহমানক। ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে নগাঁও আৰক্ষীয়ে ৷

আৰু পঢ়কঃ লেইজ আৰু আংক’ল চিপচৰ বাবে আলু উৎপাদন কৰিব বৰপেটাৰ কৃষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.