ETV Bharat / state

ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে যোগ দিলে বিজেপিত - ডাঃ দুৰ্লভ চমুৱা

প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা ডাঃ দুৰ্লভ চমুৱাই ইতিমধ্যে কংগ্ৰেছ দলে ত্যাগ কৰাৰ পিছতেই বৃহস্পতিবাৰে এক ৰাজহুৱা সভাত সহস্ৰাধিক সমৰ্থকে পৰিধান কৰে গেৰুৱা বসন ।

ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে কংগ্ৰেছ এৰি যোগ দিলে বিজেপিত

author img

By

Published : Mar 18, 2021, 10:43 PM IST

নগাঁও,18 মাৰ্চঃ নগাঁও সদৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি বঞ্চিত হোৱা প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ বহু সমৰ্থকে আনুষ্ঠানিকভাৱে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীত । প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত ডাঃ দুৰ্লভ চমুৱাই ইতিমধ্যে কংগ্ৰেছ দলে ত্যাগ কৰাৰ পিছতেই বৃহস্পতিবাৰে এক ৰাজহুৱা সভাত সহস্ৰাধিক সমৰ্থকে পৰিধান কৰে গেৰুৱা বসন ।

ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে কংগ্ৰেছ এৰি যোগ দিলে বিজেপিত

নগাঁৱৰ নেহেৰুবালিত বিজেপি প্ৰাৰ্থী তথা বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত কংগ্ৰেছ কৰ্মীসকলে যোগদান কৰে বিজেপিত । কংগ্ৰেছ ত্যাগ কৰা নেতা ডাঃ দুৰ্লভ চমুৱায়েও বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়কঃ নগাঁৱত নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.