ETV Bharat / state

জুৰীয়াত আটক ডকাইত - চক্ৰ পৰিদৰ্শক সোণেশ্বৰ কোৱৰ

নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক,বটদ্ৰৱাৰ চক্ৰ পৰিদৰ্শক আৰু জুৰীয়া থানাৰ আৰক্ষীৰ এটি দলে অভিযান চলায় মাইনুল ইছলাম নামৰ এটা ডকাইতক আটক কৰে ৷

জুৰীয়াত আটক ডকাইত
author img

By

Published : Sep 4, 2019, 12:17 PM IST

ৰূপহীহাট, 4 আগষ্ট : মঙলবাৰে নিশা জুৰীয়াৰ চতিয়ানত আটক হয় পিষ্টলসহ এজন ডকাইত ৷ নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক জন দাস,বটদ্ৰৱাৰ চক্ৰ পৰিদৰ্শক সোণেশ্বৰ কোৱৰ আৰু জুৰীয়া থানাৰ আৰক্ষীৰ এটি দলে জুৰীয়াৰ চতিয়ানত অভিযান চলাই ডকাইতটোক আটক কৰিবলৈ সক্ষম হয় ৷ ডকাইতটোৰ নাম মাইনুল ইছলাম ৷ ডকাইতটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা নাইন এম এম পিষ্টল আৰু দুই জাই সজীৱ গুলী ৷ তথ্য অনুসৰি ধৃত মইনুল জিলাখনৰ বহুকেইটা ডকাইতি ঘটনাৰ লগত জড়িত আছিল ৷

Intro: জুৰীয়া চতিয়ানত নিশা পিষ্টল সহ দুৰ্ধষ ডকাইত আটক ৷Body:নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক জন দাস , বটদ্ৰৱাৰ চক্ৰ পৰিদৰ্শক সোণেশ্বৰ কোৱৰ আৰু জুৰীয়া থানাৰ আৰক্ষীৰ এটি দলে যোৱা নিশা জুৰীয়াৰ চতিয়ানত অভিযান চলাই এটা কুখ্যাত ডকাইতক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত মাইনুল ইছলাম নামৰ কুখ্যাত ডকাইতটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা নাইন এম এম পিষ্টল আৰু দুই জাই সজীৱ গুলী ।নগাঁও জিলাত সংঘটিত বহুকেইটা ডকাইতি ঘটনাৰ সৈতে জড়িত আছিল মাইনুল ৷

ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.