ETV Bharat / state

দুষ্কৃতিকাৰীৰ কাৰ্যৰ দ্বাৰা উত্তেজিত নহ'ব : সমুজ্জল কুমাৰ ভট্টাচাৰ্য - samujjal kumar bhattacharjya

এন আৰ চিৰ কামত বাধা আৰোপ কৰিবলৈহে দুষ্কৃতিকাৰীয়ে আছুৰ কাৰ্যালয়ত ক'লা ৰং সনা বুলি প্ৰকাশ কৰে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।

দুষ্কৃতিকাৰীৰ কাৰ্যৰ দ্বাৰা উত্তেজিত নহ'ব : সমুজ্জল কুমাৰ ভট্টাচাৰ্য
author img

By

Published : May 13, 2019, 11:24 PM IST

নগাঁও, ১৩ মে' : বাসুগাঁৱৰ আছুৰ কাৰ্যালয়ত দুষ্কৃতিকাৰীয়ে ক'লা ৰং সনা ঘটনা সন্দৰ্ভত আছুৰ উপদেষ্টা সমুজ্জল কুমাল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া। এন আৰ চিৰ কামত বাধা আৰোপ কৰিবলৈহে দুষ্কৃতিকাৰীয়ে এনে কাম কৰা বুলি মত প্ৰকাশ আছুৰ উপদেষ্টা গৰাকীৰ।

দুষ্কৃতিকাৰীৰ কাৰ্যৰ দ্বাৰা উত্তেজিত নহ'ব : সমুজ্জল কুমাৰ ভট্টাচাৰ্য

এনে কাৰ্যত আছু ক্ষোভিত যদিও জনসাধাৰণক এই কাৰ্যৰ দ্বাৰা প্ৰৰোচিত আৰু উত্তেজিত নহ'বলৈ আহ্বান জনায় সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।

এন আৰ চি কামত বাধা দিবলৈ চিৰাঙৰ বাসুগাঁৱত আছু কাৰ্য্যালয়ত ক'লা ৰং সানিলে দুৰ্বৃত্তই।

চিৰাঙৰ আছু কাৰ্যালয়ত দুৰ্বৃত্তই ক'লা ৰং সনা কাৰ্য্য সন্দৰ্ভত নগাঁৱত মন্তব্য আছু ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ। এন আৰ চি কামত বাধাগ্ৰস্ত কৰিবলৈ দুস্কৃতিকাৰীয়ে সংঘটিত কৰিছে এই কাৰ্য্য। সেয়ে এনে কাৰ্য্যই আছু সদস্যক ক্ষোভিত কৰিছে যদিও সকলোকে প্ৰৰোচিত আৰু উত্তেজিত নহবলৈ আহ্বান জনায় সমুজ্জ্বল ভট্টাচাৰ্যই। মূল বিষয় বাংলাদেশী মুক্ত এন আৰ চি।
bite.
------------------------------------/--/------------------
ৰকিবুল ওৱাহিদ, নগাওঁ।
১৩-৫-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.