ETV Bharat / state

প্ৰথম বিভাগ লাভ কৰিলে হিমা দাসে - 1st position

ধিং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত 349 নম্বৰেৰে অসমীয়াত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে হিমা দাস ৷ ট্ৰেকৰ লগতে পৰীক্ষাতো হিমা দাসে অৰ্জন কৰা সফলতাত আনন্দিত খেলুৱৈগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ৷

উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলিকি উঠিল ধিং এক্সপ্ৰেছ হিমা দাস
author img

By

Published : May 25, 2019, 12:29 PM IST

বটদ্ৰৱা , 25 মে': আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে এথলীট হিমা দাস ৷ ধিং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত 349 নম্বৰেৰে অসমীয়াত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে হিমা দাস ৷ ট্ৰেকৰ লগতে পৰীক্ষাতো হিমা দাসে অৰ্জন কৰা সফলতাত আনন্দিত খেলুৱৈগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ৷

উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলিকি উঠিল ধিং এক্সপ্ৰেছ হিমা দাস

বটদ্ৰৱা , 25 মে': আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে এথলীট হিমা দাস ৷ ধিং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত 349 নম্বৰেৰে অসমীয়াত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে হিমা দাস ৷ ট্ৰেকৰ লগতে পৰীক্ষাতো হিমা দাসে অৰ্জন কৰা সফলতাত আনন্দিত খেলুৱৈগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ৷

উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলিকি উঠিল ধিং এক্সপ্ৰেছ হিমা দাস
Intro:উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলিকি উঠিল নগাঁৱৰ ধিঙৰ হিমা দাস ।Body:নগাঁও জিলাৰ  ধিঙৰ তিনি নং কান্ধুলিমাৰি জোনালী দাস আৰু ৰঞ্জিত দাসৰ জীয়ৰী হিমা দাস । আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্রথম বিভাগত উত্তীৰ্ণ হৈ নগাঁৱৰ ধিঙৰ কান্ধুলিমাৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে স্বৰ্ণ কন্যা হিমা দাসে ।ধিং মহাবিদ্যালয় পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ কলা বিভাগত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সৰ্ববমুঠ 349 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰী গৰাকীয়ে।______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.