ETV Bharat / state

কলিয়াবৰত পহু উদ্ধাৰ

author img

By

Published : Nov 14, 2020, 2:10 PM IST

কলিয়াবৰত উদ্ধাৰ হৈছে এটা পহু ৷ এটা পুখুৰীত আৱদ্ধ হৈ আছিল পহুটো ৷ বন বিভাগৰ সহযোগত পহুটো এৰি দিয়া হৈছে শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চলত ৷

Deer Rescued at Kaliabor assam etv bharat news
পহু উদ্ধাৰ

কলিয়াবৰ,14 নৱেম্বৰ: নগাঁও জিলাৰ কলিয়াবৰত উদ্ধাৰ হৈছে এটা পহু ৷ প্ৰাপ্ত তথ্য অনুসৰি,কলিয়াবৰৰ নতুন চামধাৰা গাঁৱত এটা পুখুৰীত আৱদ্ধ পহুটো উদ্ধাৰ কৰে তিনিগৰাকী যুৱকে ৷ পহুটো উদ্ধাৰ কৰি বন বিভাগৰ সহযোগত মুকলি কৰি দিয়া হৈছে শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চলত ৷

লগতে চাওকঃ সাংবাদিক পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলি পুৰণিগুদাম প্ৰেছ ক্লাৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.