ETV Bharat / state

ধিঙৰ কান্ধুলিমাৰীত হৰিণা উদ্ধাৰ

ধিঙৰ দুই নং কান্ধুলিমাৰীত এটা হৰিণা পহু উদ্ধাৰ হয় । লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা পহুটো ৰাইজে উদ্ধাৰ কৰি ধিং আৰক্ষীক চমজাই দিয়ে ।

ধিঙৰ দুই নং কান্ধুলিমাৰিত এটা হৰিণা পহু উদ্ধাৰ
ধিঙৰ দুই নং কান্ধুলিমাৰিত উদ্ধাৰ এটা হৰিণা পহু
author img

By

Published : May 8, 2021, 7:19 AM IST

চামগুৰি,8 মে’: শুকুৰবাৰে ধিঙৰ দুই নং কান্ধুলিমাৰিত এটা হৰিণা পহু উদ্ধাৰ হয় । পহুটো লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

ধিঙৰ দুই নং কান্ধুলিমাৰিত উদ্ধাৰ এটা হৰিণা পহু
ধিঙৰ কান্ধুলিমাৰীত হৰিণা উদ্ধাৰ

উল্লেখ্য যে, স্থানীয় ৰাইজে পহুটো প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰি ধিং আৰক্ষীক চমজাই দিয়ে । আৰক্ষীয়ে পহুটোক বন বিভাগক চমজাই দিয়ে আৰু বন বিভাগে পহুটো পুনৰ লাওখোৱা অভয়াৰণ্যত মুকলি কৰি দিয়ে ।

লগতে পঢ়ক : বিশ্বনাথত আৰম্ভ ক'ভিড ভেকচিন প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.