ETV Bharat / state

ধিঙত দিন-দুপৰতে ডকাইতি কাণ্ড

ধিঙৰ সোণাৰী গাঁৱত বুধবাৰে দিন-দুপৰতে সংঘটিত হৈছে ডকাইতি কাণ্ড । মাইক্ৰ’ফাইনেঞ্চৰ কৰ্মচাৰীৰ পৰা দুৰ্বৃত্তই লুটি নিলে গোটৰ সংগৃহীত ধন ।

author img

By

Published : Mar 24, 2021, 3:41 PM IST

decoite incident in dhing
ধিঙত দিন দুপৰতে ডকাইতি কাণ্ড

ধিং,24 মাৰ্চ: ধিঙৰ সোণাৰী গাঁৱত বুধবাৰে দিন-দুপৰতে সংঘটিত হৈছে ডকাইতি কাণ্ড । “আশা” নামৰ এটা মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ কৰ্মচাৰীৰ পৰা দুৰ্বৃত্তই লুটি নিলে গোটৰ সংগৃহীত ধন । বাইকত অহা দুজনীয়া ডকাইতৰ এটা দলে পিষ্টল দেখুৱাই লুটি নিয়ে ধনখিনি । ইতিমধ্যে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

উল্লেখ্য যে, এই পথছোৱাত প্ৰায়ে এনে ধৰণৰ ডকাইতি কাণ্ড সংঘটিত হৈ আহিছে ।

লগতে পঢ়ক: বাক্সাত আগন্তক নিৰ্বাচনত এবছুৰ ভূমিকাৰ সম্পর্কে আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.