ETV Bharat / state

কলিয়াবৰ ৰে'ল লাইনত উদ্ধাৰ এজন লোকৰ ছিন্ন মুণ্ড মৃতদেহ - শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ

শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ ৰে'লে কটাৰ ফলত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

শুকৰাম ভূঞা নামৰ এজন লোকৰ ছিন্ন মুণ্ড মৃতদেহ

author img

By

Published : Mar 14, 2020, 1:49 PM IST

কলিয়াবৰ, 14 মাৰ্চঃ কলিয়াবৰ জখলাবন্ধা ৰে'ল পথৰ কাষত শনিবাৰে উদ্ধাৰ হয় এজন পুৰুষৰ ছিন্ন মুণ্ড মৃতদেহ। মৃতদেহটো স্থানীয় চিকনি তিনিআলিৰ শুকৰাম ভূঞা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ ৰে'লে কটাৰ ফলত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। কিন্তু এয়া দুৰ্ঘটনা নে আত্মহত্যা এই কথা স্পষ্ট হোৱা নাই ৷ ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।

শুকৰাম ভূঞা নামৰ এজন লোকৰ ছিন্ন মুণ্ড মৃতদেহ

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছক লৈ সজাগতা গুৱাহাটী ষ্টেচনত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.