- বটদ্ৰৱাৰ সোনাই নৈত অঘটন ৷
- কাপোৰ ধুবলৈ গৈ শোকাৱহ মৃত্যু এজনৰ ৷
- জাজৰি থানাৰ অন্তৰ্গত দলৈ গাঁৱত সংঘটিত হয় এই ঘটনা ৷
- নিহত লোকজন বাসু বৰদলৈ বুলি জানিব পৰা গৈছে ৷
- 45 বছৰীয়া ব্যক্তিজনে টেন্ট হাউচৰ কাপোৰ ধুবলৈ গৈছিল ৷
- কাপোৰ ধুই থকা অৱস্থাতে পানীত পৰি মৃত্যু হয় লোকজনৰ ৷
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷
- লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ ৷
- ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷
কাপোৰ ধুবলৈ গৈ মৃত্যু এজনৰ - মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ
সোমবাৰে বটদ্ৰৱাত কাপোৰ ধুবলৈ গৈ মৃত্যুক সাৱতি লয় এজন লোকে ৷ নিহত লোকজন দলৈ গাঁৱৰ বাসু বৰদলৈ বুলি চিনাক্ত ৷
নিহত লোকজন বাসু বৰদলৈ বুলি চিনাক্ত
- বটদ্ৰৱাৰ সোনাই নৈত অঘটন ৷
- কাপোৰ ধুবলৈ গৈ শোকাৱহ মৃত্যু এজনৰ ৷
- জাজৰি থানাৰ অন্তৰ্গত দলৈ গাঁৱত সংঘটিত হয় এই ঘটনা ৷
- নিহত লোকজন বাসু বৰদলৈ বুলি জানিব পৰা গৈছে ৷
- 45 বছৰীয়া ব্যক্তিজনে টেন্ট হাউচৰ কাপোৰ ধুবলৈ গৈছিল ৷
- কাপোৰ ধুই থকা অৱস্থাতে পানীত পৰি মৃত্যু হয় লোকজনৰ ৷
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷
- লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ ৷
- ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷
Intro:বটদ্ৰৱাৰ দলংঘাটত অঘটন। সোনাই নৈত কাপোৰ ধুবলৈ গৈ এজনৰ মৃত্যু। Body:বটদ্ৰৱাত কাপোৰ ধুবলৈ গৈ মৃত্যু এজনৰ ।মৃত ব্যক্তিজন জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত দলৈ গাঁৱৰ বাসু বৰদলৈ বুলি চিনাক্তকৰণ কৰা হৈছে। প্ৰায় ৪৫ বছৰ বয়সীয়া ব্যক্তি জনে সোনাই নৈত টেন্ট হাউছৰ কাপোৰ ধুই থকা অৱস্থাতেই পানীত পৰি মৃত্যু হয়। ঘটনাস্থলীত বড়ি বজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰিছে নগাৱঁলৈ । লোক জনৰ মৃত্যুত সমগ্র অঞ্চলটোত শোকৰ ছাঁ পৰিছে । __________________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: