নগাঁও, 7 অক্টোবৰঃ নগাঁৱত চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল ৷ গ্ৰাহকৰ বেংক একাউন্টৰ পৰা নতুন ডিজিটেল কৌশলৰে ধন লুট ৷ চাইবাৰ অপৰাধীৰ টাৰ্গেট গ্ৰাহকৰ বেংক একাউণ্টত পঞ্জীয়নভূক্ত ম’বাইল নম্বৰ ৷ জলিয়াতিৰে অপৰাধীয়ে সংগ্ৰহ কৰে গ্ৰাহকৰ নিৰ্দিষ্ট ম’বাইল নম্বৰৰ ছিম কাৰ্ড ৷ নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নুৰুল আমিনৰ বেংক একাউণ্টৰ পৰা ধন হৰলুকীৰ চেষ্টা চাইবাৰ অপৰাধী চক্ৰৰ ৷ ইতিমধ্যে অপৰাধী চক্ৰটোৰ দুই সদস্য আছাদুল আৰু ফিৰোজ আলীক নগাঁৱৰ বি এছ এন এল কাৰ্যালয়ত আটক কৰে আৰক্ষীয়ে ৷
সাৱধান! চাইবাৰ অপৰাধীৰ নতুন টাৰ্গেত বেংকত পঞ্জীয়ন কৰা নম্বৰ - ব্যৱসায়ী নুৰুল আমিন
নগাঁৱত আটক দুই চাইবাৰ অপৰাধী ৷ গ্ৰাহকৰ বেংক একাউন্টৰ পৰা নতুন ডিজিটেল কৌশলৰে ধন লুটৰ চেষ্টা ৷ নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নুৰুল আমিনৰ বেংক একাউণ্টৰ পৰা ধন হৰলুকীৰ চেষ্টা চাইবাৰ অপৰাধী চক্ৰৰ ৷
নগাঁৱত আৰক্ষীৰ জালত চাইবাৰ অপৰাধী চক্ৰ
নগাঁও, 7 অক্টোবৰঃ নগাঁৱত চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল ৷ গ্ৰাহকৰ বেংক একাউন্টৰ পৰা নতুন ডিজিটেল কৌশলৰে ধন লুট ৷ চাইবাৰ অপৰাধীৰ টাৰ্গেট গ্ৰাহকৰ বেংক একাউণ্টত পঞ্জীয়নভূক্ত ম’বাইল নম্বৰ ৷ জলিয়াতিৰে অপৰাধীয়ে সংগ্ৰহ কৰে গ্ৰাহকৰ নিৰ্দিষ্ট ম’বাইল নম্বৰৰ ছিম কাৰ্ড ৷ নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নুৰুল আমিনৰ বেংক একাউণ্টৰ পৰা ধন হৰলুকীৰ চেষ্টা চাইবাৰ অপৰাধী চক্ৰৰ ৷ ইতিমধ্যে অপৰাধী চক্ৰটোৰ দুই সদস্য আছাদুল আৰু ফিৰোজ আলীক নগাঁৱৰ বি এছ এন এল কাৰ্যালয়ত আটক কৰে আৰক্ষীয়ে ৷
Intro:নগাঁৱত চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল। গ্ৰাহকৰ একাউন্টৰ পৰা ধন সৰকোৱাৰ নতুন কৌশল। জালত পৰিল চক্ৰটোৰ দুই সদস্য।
Body:নগাঁৱত ভয়ংকৰ জাল পাতিছে চাইবাৰ অপৰাধী চক্ৰই। এইবাৰ নতোন কৌশল অৱলম্বন অপৰাধী চক্ৰৰ। অনলাইনত গ্ৰাহকৰ একাউন্টৰ পৰা ধন উলিয়াবলৈ প্ৰয়োজন হয় O T P ৰ। বেংক একাউণ্টত পঞ্জীয়নভূক্ত নম্বৰত sms যোগে গ্ৰহকে লাভ কৰে otp । যাৰ বাবে এতিয়া চাইবাৰ অপৰাধীৰ টাৰ্গেট গ্ৰাহকৰ নিৰ্দিষ্ট মোবাইল নম্বৰ। জলিয়াতিৰে অপৰাধীয়ে সংগ্ৰহ কৰে গ্ৰাহকৰ নিৰ্দিষ্ট মোবাইল নম্বৰৰ ছিম কাৰ্ড। এনে এক ঘটনা পোহৰলৈ আহিছে নগাঁৱত। নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নুৰুল অমিনৰ নামত এটা চক্ৰই বেংক একাউণ্টত পঞ্জীয়নভূক্ত বি এছ এন এল নম্বৰৰ ছিম কাৰ্ড জালিতিৰে সংগ্ৰহ কৰাৰ পিছত ছিম সক্ৰিয় কৰিবলৈ আহি জালত পৰিছে অপৰাধী চক্ৰটোৰ দুই সদস্য। সোমবাৰে নগাঁৱৰ বি এছ এন কাৰ্য্যালয়ত আটক কৰে ৰূপহীহাটৰ আছাদুল আৰু যমুনামুখৰ ফিৰোজ আলী নামৰ দুই অপৰাধী। এই চক্ৰটোৰ মূল অভিযুক্তৰ নাম স্বীকাৰ কৰিছে ধৃত দুই সদস্যই। এই সন্দৰ্ভত ব্যৱসায়ী নুৰুল আমিনে নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে আৰক্ষীক চমজায় দিয়ে দুয়োকে।
bite
------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৭-১০-১৯
Conclusion:

Last Updated : Oct 7, 2019, 11:51 PM IST