ETV Bharat / state

নগাঁৱত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ নগদ ধন - নগাঁৱত ফ্লায়িং স্কোৱাৰ্ডৰ অভিযানত জব্দ নগদ ধন

সোমবাৰে বিয়লি নগাঁৱৰ লক্ষীনগৰত ফ্লায়িঙ স্কোৱাডে চলোৱা তালাচীৰ সময়ত জব্দ হয় নগদ প্ৰায় এক লাখ টকা ।

নগাঁৱত ফ্লায়িং স্কোৱাৰ্ডৰ অভিযানত জব্দ নগদ ধন

author img

By

Published : Mar 8, 2021, 8:55 PM IST

নগাঁও, 8মাৰ্চঃ সোমবাৰে নগাঁৱত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ হয় বহৎ পৰিমানৰ নগদ ধন । নগাঁৱত এখন বাহনৰ পৰা ফ্লায়িং স্কোৱাডৰ এটা দলে নগাঁৱত এখন বাহনৰ পৰা নগদ ধন জব্দ কৰে ৷

উল্লেখ্য যে, সোমবাৰে বিয়লি নগাঁৱৰ লক্ষীনগৰত ফ্লায়িঙ স্কোৱাডে চলোৱা তালাচীৰ সময়ত জব্দ হয় নগদ প্ৰায় একলাখ টকা । প্ৰাপ্ত তথ্য অনুসৰি, নাজিমউদ্দিন নামৰ লোকজনৰ পৰা জব্দ কৰা হয় এই টকা খিনি ।

লগতে পঢ়কঃ বৰছলা সমষ্টিত অব্যাহত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.