নগাঁও,16 মাৰ্চঃ নাগৰিকত্ব সংশোধনী আইনৰ লগতে কেবাটাও দাবীত নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চি পি আই এম ৰ নগাঁও জিলা সমিতিয়ে ৷ সোমবাৰে নগাঁৱৰ শ্বহীদ ভৱনত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ অন্তত নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় এক বিশাল প্ৰতিবাদী সমদল ৷ উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে দলটোৰ কেইবাশতাধিক কৰ্মীয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আঠটাকৈ দাবী উত্থাপন কৰা হয় ৷ বিশেষকৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে বন্ধ হোৱা কল-কাৰখানা পুনৰজীৱিত কৰা, শ্ৰমিকসকলক নিয়োগৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে চি পি আই এমৰ নেতৃবৃন্দই ৷
চি পি আই এম ৰ নগাঁও জিলা সমিতিৰ প্ৰতিবাদ - চি পি আই এম ৰ নগাঁও জিলা সমিতি
সোমবাৰে নগাঁৱৰ শ্বহীদ ভৱনত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ অন্তত নগাঁও চহৰৰ মাজেৰে চি পি আই এম ৰ নগাঁও জিলা সমিতিয়ে বাহিৰ কৰিলে এক বিশাল প্ৰতিবাদী সমদল ৷ উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে দলটোৰ কেইবা শতাধিক কৰ্মীয়ে ৷
![চি পি আই এম ৰ নগাঁও জিলা সমিতিৰ প্ৰতিবাদ CPIM Nagaon district committee protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6427605-thumbnail-3x2-n.jpg?imwidth=3840)