ETV Bharat / state

বঢ়মপুৰৰ নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ কাৰ্যালয়ত কৰ'ণাতংক

author img

By

Published : Apr 21, 2021, 8:03 PM IST

কৰ'ণা আতংক বঢ়মপুৰস্থিত নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত । আক্ৰান্ত জোৱান গৰাকী হৈছে আব্দুল হাচিম । পত্নী আঞ্জুম বেগম আৰু দুগৰাকী কন্যা আক্ৰান্ত হয় কৰ'ণাত । আব্দুল হাচিম পৰিয়ালসহ চিকিৎসাৰ বাবে গৈছিল বিহাৰৰ পাটনালৈ ।

বঢ়মপুৰৰ নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ কাৰ্যালয়ত কৰ'ণাতংক
বঢ়মপুৰৰ নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ কাৰ্যালয়ত কৰ'ণাতংক

চামগুৰি,২১ এপ্ৰিল: ৰাজ্যৰ বাকী স্থানৰ লগতে নগাঁও জিলাতো কৰ'ণাই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । এইবাৰ কৰ'ণা আতংক বঢ়মপুৰস্থিত নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত । কাৰ্যালয়ৰ ভিতৰত থকা আৰক্ষী জোৱান আৰু তেওঁৰ পৰিয়ালৰ আটাইকেইজন সদস্যৰে দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । আক্ৰান্ত জোৱান গৰাকী হৈছে আব্দুল হাচিম । হাচিমৰ পত্নী আঞ্জুম বেগম আৰু দুগৰাকী কন্যা আক্ৰান্ত হয় কৰ'ণাত ।

আৰক্ষী জোৱান আব্দুল হাচিম পৰিয়ালসহ চিকিৎসাৰ বাবে গৈছিল বিহাৰৰ পাটনালৈ । মঙলবাৰে নিশা ২ বজাত বঢ়মপুৰ নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত থকা নিজ আবাসিক গৃহত উপস্থিত হৈছিল পৰিয়ালটো । বুধবাৰে চিকিৎসালয়ত পৰীক্ষা কৰাত পৰিয়ালৰ সকলো সদস্য কৰ'ণাত আক্ৰান্ত বুলি ধৰা পৰে । আব্দুল হাচিমৰ পৰিয়ালটোক তাৎক্ষণিকভাৱে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: কামাৰপাৰা বিদ্যালয়ত নাম ভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.