ETV Bharat / state

বহিঃৰাজ‍্যৰ পৰা অহা 3 ব্যক্তি কৰ’ণাত আক্ৰান্ত - covid 19 positive cases found at kaliabor rail station

শিলঘাট ৰে’ল ষ্টেচনত কৰা ৰেপিড এণ্টিজেন পৰীক্ষাত তিনিজন যাত্ৰীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ আক্ৰান্ত তিনিজনৰ দুজন কলকাতাৰ পৰা আৰু আনজন বৰ্ধমানৰ পৰা অহা বুলি জানিব পৰা গৈছে ।

কলিয়াবৰত বহিঃ ৰাজ‍্যৰ পৰা অহা 3 জন ক’ভিড পজিটিভ

author img

By

Published : Apr 27, 2021, 1:48 PM IST

কলিয়াবৰ, 27 এপ্ৰিল : ৰাজ্যত ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে কলিয়াবৰত পুনৰ ক’ভিড সংক্ৰমিত ৰে'ল যাত্ৰী চিনাক্ত হয় । চৰকাৰী নিদৰ্শনা অনুসৰি স্বাস্থ্য বিভাগে শিলঘাট ৰেল ষ্টেচনত ক’ভিডৰ পৰীক্ষা কৰে ৷ ৰেল ষ্টেচনত কৰা ৰেপিড এন্টিজেন পৰীক্ষাত তিনিজন যাত্ৰীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ আক্ৰান্ত তিনিজনৰ দুজন কলকাতাৰ পৰা আৰু আনজন বৰ্ধমানৰ পৰা অহা যাত্ৰী বুলি জানিব পৰা গৈছে ।

কলিয়াবৰত বহিঃ ৰাজ‍্যৰ পৰা অহা 3 জন ক’ভিড পজিটিভ

স্বাস্থ্যকৰ্মীজনে জানিব দিয়া মতে, কলকাতাৰ পৰা অহা যাত্ৰী দুজন প্ৰদীপ বিশ্বাস আৰু দ্বীপ কবিৰাজ আনহাতে বাবৰ মিয়া বৰ্ধমানৰ পৰা আহিছিল ৷ উল্লেখ্য যে, কলকাতাৰ পৰা অহা যাত্ৰী দুগৰাকী নুমলীগড় তেল শোধনাগাৰৰ কৰ্মচাৰী । তিনিও ক’ভিড সংক্ৰমিত ৰোগীক ১০৮ ৰে নগাঁও লৈ প্ৰেৰণ কৰা হৈছে । লগতে পঢ়ক : মৰাণত একেদিনাই কৰ'ণাত আক্ৰান্ত 18 গৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.