ETV Bharat / state

পুৰণিগুদামত ভয়াৱহ ৰূপত ক’ভিড পৰিস্থিতি

author img

By

Published : May 4, 2021, 7:39 PM IST

নগাঁৱৰ পুৰণিগুদামত ৩৫ জনলৈ বৃদ্ধি পালে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ নতুনকৈ ৫ জনৰ দেহত ধৰা পৰিল ক'ভিড-১৯ ভাইৰাছ ।

covid cases increases in puronigudam hospital etv bharat news
পুৰণিগুদামত ভয়াৱহ ক’ভিড পৰিস্থিতি

নগাঁও,4 মে’: নগাঁৱৰ পুৰণিগুদাম হাস্পতালত ৩৫ জনলৈ বৃদ্ধি পালে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ মঙলবাৰে নতুনকৈ ৫ জনৰ দেহত ধৰা পৰিল ক'ভিড-১৯ ৰ অৱস্থিতি ।

আটাইকেইজন লোকৰে পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল । আক্ৰান্তসকলৰ ভিতৰত চাৰিজন লোকেই চলচলিৰ ৰঙীয়া গাঁৱৰ একেটা পৰিয়ালৰে লোক । আনহাতে, আন গৰাকী আক্ৰান্তই শেহতীয়াকৈ গুৱাহাটীৰ পৰা শিঙিয়াত থকা ঘৰলৈ উভতি আহিছিল । বৰ্তমান আটাইকেইগৰাকী লোকক সাত দিনৰ বাবে হোম কোৱাৰেণ্টাটাইনৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক : ক'ভিড-১৯: ভয়াৱহ পৰিস্থিতিৰ দিশে অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.