29 ছেপ্তেম্বৰঃ 108তে সন্তান প্ৰসৱ কোভিড আক্ৰান্ত মহিলাৰ । হোজাই জিলাৰ লংকাৰ এগৰাকী মহিলাক সন্তান প্ৰসৱৰ বাবে অনা হৈছিল নগাঁৱৰ ম'হখুলিস্থিত মাতৃ ও শিশু চিকিৎসালয়লৈ । চিকিৎসালয়লৈ অনাৰ পথত108 তে সন্তান প্ৰসৱ কৰিলে মহিলাগৰাকীয়ে। সম্প্ৰতি চিকিৎসালয়খনত আছুতীয়াকৈ ৰখা হৈছে মহিলাগৰাকীক।
লগতে পঢ়কঃ ৰাজ্য কঁপোৱা SI নিযুক্তি কাণ্ডৰ এজন পৰীক্ষাৰ্থীক আটক