ETV Bharat / state

কচুৱা আৰক্ষী থানাত দুজনৰ দেহত COVID-19 - নগাঁৱৰ কচুৱা আৰক্ষী থানা

কচুৱা আৰক্ষী থানাত ধৰা পৰিছে দুগৰাকী COVID-19 ৰোগী ৷ বৰ্তমান কচুৱা আৰক্ষী থানাতে কোৱাৰেন্টাইন কৰা হৈছে COVID-19 ৰোগীৰ সংস্পৰ্শলৈ অহা আৰক্ষীসকলক ৷

corona-positive-found-at-kachua-police-station
কোৱাৰেন্টাইন কৰা হৈছে নগাঁৱৰ কচুৱা আৰক্ষী থানা
author img

By

Published : Jul 5, 2020, 5:27 PM IST

বঢ়মপুৰ,5 জুলাইঃ কচুৱা আৰক্ষী থানাত ধৰা পৰিছে COVID-19 পজিটিভ ৷ থানাখনৰ গাড়ী চালক জাকাৰিয়া হুছেইন আহমেদ আৰু ASI মজিবুৰ ৰহমান আক্ৰান্ত COVID-19ৰোগত ৷ সেয়ে সম্প্ৰতি কচুৱা আৰক্ষী থানাতে কোৱাৰেন্টাইন কৰা হৈছে COVID-19 ৰোগীৰ সংস্পৰ্শলৈ অহা আৰক্ষীসকলক ৷

ইফালে কামপুৰ মহগৰিয়াআটিত ৰাজস্থানৰ পৰা অহা এটা পৰিয়ালো আক্ৰান্ত হৈছে COVID-19 ৰোগত ৷ সুৰজ নাথ আৰু ববী ৰাণী দেৱীৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছ ৷ ৰাজস্থানৰ পৰা আহি হোম কোৱাৰেন্টাইন হৈ আছিল পৰিয়ালটো ৷ স্বামী-স্ত্ৰীৰ লগত 5 বছৰীয়া এটি পুত্ৰ সন্তান থকাৰ লগতে মহিলাগৰাকী বৰ্তমান অন্তঃসত্বা হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃমাৰ্ডাৰ ছবিৰ বিবাদ সন্দৰ্ভত ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.