ETV Bharat / state

কৰ'ণাক লৈ সজাগতা সৃষ্টিৰ বাবে চৰকাৰী কৰ্মচাৰীৰ প্ৰশংসনীয় পদক্ষেপ - চৰকাৰী কৰ্মচাৰীৰ প্ৰশংসনীয় পদক্ষেপ

জাতীয় পোছাক পৰিধান কৰি হাতে-হাতে প'ষ্টাৰ,খোল-তাল লৈ লোকগীতৰ সুৰে সুৰে কৰ'ণাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ চেষ্টা চৰকাৰী কৰ্মচাৰীৰ ৷

CORONA Awareness at Batadrava
কৰ'ণাক লৈ সজাগতা সৃষ্টিৰ বাবে চৰকাৰী কৰ্মচাৰীৰ প্ৰশংসনীয় পদক্ষেপ
author img

By

Published : Apr 19, 2020, 12:00 PM IST

বটদ্ৰৱা,19 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বসাধাৰণ ৰাইজক সজাগ কৰিবৰ বাবে চৰকাৰৰ লগতে বিভিন্নজনে লৈছে বিভিন্ন পদক্ষেপ ৷ ইয়াৰ মাজতে দেখা পোৱা গ'ল নগাঁও জিলাৰ ৰাইদঙীয়াৰ অজিত কুমাৰ শইকীয়া নামৰ কৃষি বিভাগৰ এগৰাকী চৰকাৰী কৰ্মচাৰীৰ প্ৰশংসনীয় পদক্ষেপ ৷ কৰ্মচাৰীগৰাকীয়ে কৰ'ণা ভাইৰাছক লৈ নিজে লিখা এটি গীতৰ মাজেৰে গাঁৱে-গাঁৱে গৈ ৰাইজৰ মাজত সৃষ্টি কৰিছে সজাগতাৰ ৷ ব্যক্তিগৰাকীৰ এই কাৰ্যত সহযোগিতা আগবঢ়াইছে ৰাইদঙীয়াৰ কেইবাগৰাকীও ব্যক্তিয়ে ৷ আনহাতে জাতীয় পোছাক পৰিধান কৰি হাতে-হাতে প'ষ্টাৰ,খোল-তাল লৈ লোকগীতৰ সুৰে সুৰে ব্যক্তি কেইগৰাকীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে ৷

কৰ'ণাক লৈ সজাগতা সৃষ্টিৰ বাবে চৰকাৰী কৰ্মচাৰীৰ প্ৰশংসনীয় পদক্ষেপ

লগতে পঢ়কঃ ভাৰতীয় জাতীয় পতাকাৰ ৰঙেৰে জিলিকি উঠিল মেটাৰহৰ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.