ETV Bharat / state

মাকৈৰ খেতিৰে স্বাৱলম্বী বটদ্ৰৱাৰ নিবনুৱা যুৱক - বটদ্ৰৱা

বটদ্ৰৱা বৰহিছা গাঁৱৰ পংকজ কলিতা নামৰ যুৱকজনে কৃষি কাৰ্য কৰি আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এতিয়া সমগ্ৰ বটদ্ৰৱা অঞ্চললৈ ।

মাকৈৰ খেতিৰে স্বাৱলম্বী বটদ্ৰৱাৰ নিবনুৱা যুৱক
author img

By

Published : Jun 16, 2019, 5:07 AM IST

বটদ্ৰৱা,16 জুন : মাকৈ খেতিৰে স্বাৱলম্বী হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বটদ্ৰৱাৰ শিক্ষিত নিবনুৱা যুৱকে । নৱ প্ৰজন্মৰ এনে নিদৰ্শনক সকলোৰে প্ৰশংসা ।

মাকৈৰ খেতিৰে স্বাৱলম্বী বটদ্ৰৱাৰ নিবনুৱা যুৱক

যি সময়ত ৰাজ্যত শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে , ঠিক তেনে সময়তে বটদ্ৰৱাত এগৰাকী যুৱকে মাকৈ খেতিৰে স্বাৱলম্বী হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । বটদ্ৰৱা বৰহিছা গাঁৱৰ পংকজ কলিতা নামৰ যুৱকজনে কৃষি কাৰ্য কৰি আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এতিয়া সমগ্ৰ বটদ্ৰৱা অঞ্চললৈ । লহপহকৈ বাঢ়ি অহা মাকৈ খেতিয়ে নৱ প্ৰজন্মৰ যুৱ খেতিয়কজনৰ মুখত আনি দিছে অনাবিল আনন্দ । RAJANI-8808 নামৰ কম্পেনীটোৱে দিয়া বীজৰ সহায়ত উন্নত মানৰ বিজ্ঞান ভিত্তিক কৃষিকাৰ্য কৰি বহুগুণে লাভৱান হোৱা দেখা গৈছে এইগৰাকী কৃষকক । কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সা-সুবিধা গ্ৰহণ নকৰাকৈ যুৱকজনে ধান খেতিৰ পৰিবৰ্তে ৩ বিঘা মাটিত বিগত কেইবাবছৰ ধৰি কৰি আহিছে মাকৈ খেতি । তিনি বিঘা মাটিত মাকৈ খেতি কৰি ৩২ কুইণ্টলতকৈয়ো অধিক মাকৈ উৎপাদন কৰিছে যুৱকজনে । সেয়েহে ধান খেতিৰ পৰিবৰ্তে মাকৈ খেতি কৰিছে এইজন উদ্যমী যুৱকে ।

Intro:মাকৈ খেতিৰে স্বাৱলম্বী হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বটদ্ৰৱাৰ শিক্ষিত নিবনুৱা যুৱকে । নৱ প্ৰজন্মৰ এনে নিদৰ্শনক সকলোৰে প্ৰসংশা ।Body:যি সময়ত ৰাজ্যত শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে ঠিক তেনে সময়তে বটদ্ৰৱাত এগৰাকী যুৱকে মাকৈ খেতিৰে স্বাৱলম্বী হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । বটদ্ৰৱা বৰহিছা গাৱঁৰ যুৱক জনৰ নাম পংকজ কলিতা । যুৱক জনে কৃষি কাৰ্য কৰি আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এতিয়া সমগ্ৰ বটদ্ৰৱা অঞ্চললৈ। চকুৰে যি ফালে চোৱা যায় সেইফালেই মাথো সেউজীয়া অাৰু সেউজীয়া মাকৈ । লহপহকৈ বাঢ়ি অহা মাকৈ খেতিয়ে নৱ প্ৰজন্মৰ যুৱ খেতিয়কৰ মুখত দেখা দিছে অনাবিল অানন্দ । RAJANI-8808 নামৰ কম্পেনীটোৱে দিয়া বীজ উন্নত মানৰ বিজ্ঞান ভিত্তিক কৃষিকাৰ্য কৰি বহুগুনে লাভৱান হোৱা দেখা গৈছে এই কেইগৰাকী কৃষকক । কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সা-সুবিধা গ্রহণ নকৰাকৈ যুৱক জনে ধান খেতিৰ পৰিবৰ্তে ৩ বিঘা মাটিত বিগত কেইবাবছৰ ধৰি কৰি আহিছে মাকৈ খেতি । তিনি বিঘা মাটিত মাকৈ খেতি কৰি ৩২ কুইণ্টলতকৈয়ো অধিক মাকৈ হৈছে উৎপাদন । সেইহে ধান খেতিৰ পৰিবৰ্তে মাকৈ খেতি কৰিছে এই জন উদ্যমী যুৱকে । যুৱক জনৰ নবপ্ৰজন্মৰ খেতিয়কলৈ আহ্বান সকলো কৃষকে ধান খেতিৰ মাজতে কৰক মাকৈ খেতি আৰু লাভৱান হক । মাকৈ খেতি কৰাৰ পিছত মাটিডৰাত সাৰুৱা হোৱা উপৰিও উৰ্বৰতা ক্ষমতা বৃদ্ধি হয় ।নৱ প্ৰজন্মৰ এনে গঠন মুলক নিদৰ্শনক বটদ্ৰৱা ৰাইজৰ প্ৰসংশা পাত্র হৈ পৰিছে এতিয়া বটদ্ৰৱাৰ পংকজ কলিতা ।__________________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.