ETV Bharat / state

বঢ়মপুৰত কংগ্ৰেছৰ প্ৰতিবাদী চাইকেল ৰেলী - মূল্য়বৃদ্ধিৰ বাবে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী বঢ়মপুৰত

পেট্ৰল-ডিজেল আৰু অত্য়াৱশ্য়কীয় সামগ্ৰীৰ মূল্য়বৃদ্ধিৰ বাবে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী বঢ়মপুৰত । শতাধিক কংগ্ৰেছ কৰ্মীয়ে উলিয়ালে চাইকেল ৰেলী ।

বঢ়মপুৰত কংগ্ৰেছৰ প্ৰতিবাদী চাইকেল ৰেলী
বঢ়মপুৰত কংগ্ৰেছৰ প্ৰতিবাদী চাইকেল ৰেলী
author img

By

Published : Jan 22, 2021, 10:52 PM IST

নগাঁও , ২২ জানুৱাৰী : পেট্ৰল ডিজেলৰ মূল্য় বৃদ্ধিৰ বিৰুদ্ধে এইবাৰ কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । নগাঁও জিলাৰ বঢ়মপুৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে উলিয়াই এক চাইকেল ৰেলীৰ । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সুৰেশ বৰাৰ নেতৃত্বত প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে বঢ়মপুৰ শ্বহীদ বেদীৰ পৰা আৰম্ভ কৰি শ্বহীদ ভৱন লৈ এই ৰেলীত অংশগ্ৰহণ কৰে ।

বঢ়মপুৰত কংগ্ৰেছৰ প্ৰতিবাদী চাইকেল ৰেলী

পেট্ৰল ডিজেলৰ লগতে অত্য়াৱশ্য়কীয় সামগ্ৰীৰ মূল্য় বৃদ্ধিৰ ফলত সাধাৰণ জনতা বিপদত পৰিছে । কিন্তু ৰাজ্য় আৰু কেন্দ্ৰীয় চৰকাৰে কোনো ব্য়ৱস্থা গ্ৰহণ নকৰাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলে । অসম চৰকাৰ হায় হায় ,বিজেপি চৰকাৰ হায় হায় ,মূল বৃদ্ধি নিয়ন্ত্ৰণ আদি শ্লোগানেৰে সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীসকলে ।

লগতে পঢ়ক :আটক হ’ল বকো থানাৰ পৰা হেণ্ডকাপ ছিঙি পলোৱা গভাইত চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.