ETV Bharat / state

Karnataka Poll Update: সৰ্বকালৰ সৰ্ব ব্যৰ্থ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা: ৰকিবুল হুছেইন - কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন

‘হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্ব ব্যৰ্থ মুখ্যমন্ত্ৰী (Karnataka Poll Update)৷ বিজেপিৰ ওলোটা গণনা আৰম্ভ হৈছে ৷ 2024 বৰ্ষত ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী পক্ষ একগোট হৈ বিজেপিক পৰাস্ত কৰি কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব ৷ এয়া কৰ্ণাটকত মাথোঁ আৰম্ভহে হৈছে’- এই মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ (Rakibul Hussain on Karnataka result)৷

Congress leader Rakibul Hussain on Karnataka result
সৰ্বকালৰ সৰ্ব ব্যৰ্থ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : May 13, 2023, 4:39 PM IST

সৰ্বকালৰ সৰ্ব ব্যৰ্থ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নগাঁও, 13 মে’ : "কৰ্ণাটকত হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা গোটেইকেইটা সমষ্টিতে বেয়াকৈ হাৰিছে বিজেপিয়ে (Karnataka Election result) ৷ হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্ব ব্যৰ্থ মুখ্যমন্ত্ৰী (Karnataka Poll Update)৷ বিজেপিৰ ওলোটা গণনা আৰম্ভ হৈছে ৷ 2024 বৰ্ষত ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী পক্ষ একগোট হৈ বিজেপিক পৰাস্ত কৰি কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব ৷ ভগৱানেও বিজেপিৰ অত্যাচাৰ সহিব পৰা নাই ৷ এয়া কৰ্ণাটকত মাথোঁ আৰম্ভহে হৈছে ৷ আগন্তুক সময়ত ইয়াৰ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষতে পৰিব ৷ অসমৰ পৰিস্থিতি লক্ষ্য কৰি আমাৰ ৰাজনৈতিক বতৰ বিজ্ঞানীয়ে (হিমন্ত বিশ্ব শৰ্মা) পঞ্চায়ত নিৰ্বাচনৰ ববে অসমৰ ৰাইজৰ কাষ চাপিব পৰা নাই ৷" কৰ্ণাটকৰ ফলাফলক লৈ উৎফুল্লিত হৈ এই মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে (Rakibul Hussain on Karnataka result)৷

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ উৎফুল্লিত নগাঁও জিলা কংগ্ৰেছ। শনিবাৰে কৰ্ণাটক নিৰ্বাচনৰ ভোট গণনাত কংগ্ৰেছ দলৰ অগ্ৰগতিৰ পিচতে অসমৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ নেতা তথা কৰ্মকৰ্তাসকলে আনন্দ উল্লাস কৰিছে (Congress leader Rakibul Hussain slams BJP) ৷ নিৰ্বাচনৰ ফলাফলক লৈ বিজয়োৎসৱ উদযাপন কৰিছে নগাঁও জিলা কংগ্ৰেছে। নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত বিজয়োৎসৱ উদযাপন কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন (Karnataka Election news)।

হুছেইনে লগতে বিজেপিয়ে সাধাৰণ জনতাক শোষণ কৰি বুলি কয় যে বিজেপিয়ে ধৰ্মক লৈ ৰাজনীতি কৰিছে (Rakibul Hussain commented on BJP) ৷ শেহতীয়াকৈ কংগ্ৰেছে দেশজুৰি কাৰ্যকৰী কৰা ভাৰত জোড়ো যাত্ৰাৰ প্ৰতি সন্মতি জনায় কৰ্ণাটকৰ ৰাইজে এই ৰায়দান দিছে ৷ পৰৱৰ্তী সময়ত মধ্যপ্ৰদেশত হ’ব, তাৰ পৰৱৰ্তী সময়ত ৰাজস্থানত হ’ব , বিজেপিৰ পতন নিশ্চিত ৷ কৰ্ণাটকৰ ৰায়েই ভাৰতবৰ্ষৰ লোকৰ ৰায় ৷

লগতে পঢ়ক: Bhupen Bora Reaction On Karnataka Poll Result: অপ্ৰতিৰোধ্য ৰাহুল গান্ধী, সেই কথা আজি প্ৰমাণ হৈছে; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.