ETV Bharat / state

গেলা আলু,দুৰ্নীতি সম্ৰাট ৰকিবুল হুছেইন আৰু নুৰুল হুদাক দলৰ পৰা বহিষ্কাৰ কৰক:যুৱ কংগ্ৰেছ নেতা - যুৱ কংগ্ৰেছৰ নিৰ্বাচিত সম্পাদক ইলিয়াছ ৰহমাতুল্লা

ৰূপহীহাট কংগ্ৰেছত আৰম্ভ হৈছে দ্বন্দ খৰিয়াল। কেৱল এয়াই নহয় দুগৰাকী নেতাৰ নেতৃত্বত অসম কংগ্ৰেছক ধ্বংসমুখে ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে খোদ যুৱ কংগ্রেছৰে এগৰাকী নেতাই।

নগাঁও
author img

By

Published : Nov 21, 2019, 3:25 AM IST

নগাঁও,21 নৱেম্বৰ: গৃহকন্দল, বিসম্বাদত জৰ্জৰিত অসম প্ৰদেশ কংগ্ৰেছ দল ৷ এই বিসম্বাদে ক্ৰমান্বয়ে শিপাইছে তৃণমূল পৰ্যায়লৈ। দলটোত বিবাদ অব্যাহত থকাৰ সময়তে ৰূপহীহাট সমষ্টিতো তীব্ৰ ৰূপ লৈছে দলীয় বিসম্বাদে। কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ নিষ্ঠাবান কৰ্মীক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে। কেৱল এয়াই নহয় দুগৰাকী নেতাৰ নেতৃত্বত অসম কংগ্ৰেছক ধ্বংসমুখে ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে খোদ যুৱ কংগ্রেছৰে এগৰাকী নেতাই।

কংগ্ৰেছত বিসম্বাদ

ৰূপহীহাট সমষ্টি যুৱ কংগ্ৰেছৰ নিৰ্বাচিত সম্পাদক ইলিয়াছ ৰহমাতুল্লাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে উত্থাপন কৰিছে আৰু বহু বিস্ফোৰক অভিযোগ। বিজেপিৰ "বি টিম" হিচাপে কাম কৰাৰো অভিযোগ উত্থাপন হৈছে নেতাদ্বয়ৰ বিৰুদ্ধে। ইয়াৰোপৰি ইতিমধ্যে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও হুছেইনক গেলা আলুৰ সৈতে তুলনা কৰাৰ পিচত যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়েও উল্লেখ কৰিলে গেলা আলুৰ প্ৰসংগ। নিৰ্বাচিত যুৱ কংগ্ৰেছৰ নেতা ইলিয়াছ ৰহমাতুল্লাক নিলম্বন কৰা কাৰ্যতো জাঙুৰ খাই উঠিছে যুৱ কংগ্ৰেছৰ নেতাগৰাকী।

Intro:তৃণমূল পৰ্য্যায়লৈকে শিপাইছে এতিয়া কংগ্ৰেছৰ বিসম্বাদ। এইবাৰ ৰূপহীহাট কংগ্ৰেছত আৰম্ভ হৈছে বিসম্বাদ। বিধায়ক নুৰুল হুদা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ যুৱ কংগ্ৰেছ নেতাৰ।

Body:গৃহকন্দল, বিসম্বাদত জৰ্জৰিত অসম প্ৰদেশ কংগ্ৰেছৰ বিসম্বাদ ক্ৰমান্বয়ে শিপাইছে তৃণমূল পর্যায়লৈকে। ইতিমধ্যে কেবাটাও লবি সৃষ্টি হোৱা অসম কংগ্ৰেছত বিসম্বাদ অব্যাহত থকাৰ সময়তে ৰূপহীহাট সমষ্টিতো তীব্ৰ ৰূপ লৈছে দলীয় বিসম্বাদে। কংগ্ৰেছৰ তৃণমূল পৰ্য্যায়ৰ নিষ্ঠাবান কৰ্মীক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে। কেৱল এয়াই নহয় দুগৰাকী নেতাৰ নেতৃত্বত অসম কংগ্ৰেছক ধ্বংসমুখে ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে খোদ যুৱ কংগ্রেছৰে এগৰাকী নেতাই। ৰূপহীহাট সমষ্টি যুৱ কংগ্ৰেছৰ নিৰ্বাচিত সম্পাদক ইলিয়াছ ৰহমাতুল্লাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে উত্থাপন কৰিছে আৰু বহু বিস্ফোৰক অভিযোগ। বিজেপিৰ বি টিম হিচাপে কাম কৰাৰো অভিযোগ উত্থাপন কৰিছে নেতাদ্বয়ৰ বিৰুদ্ধে। আনকি ইতিমধ্যে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও হুছেইনক গেলা আলুৰ সৈতে তুলনা কৰাৰ পিছত যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়েও উল্লেখ কৰিলে গেলা আলুৰ প্ৰসংগ। নিৰ্বাচিত যুৱ কংগ্ৰেছৰ নেতা ইলিয়াছ ৰহমাতুল্লাক নিলম্বন কৰা কাৰ্য্যতো জাঙুৰ খাই উঠিছে যুৱ কংগ্ৰেছৰ নেতাগৰাকী।
bite, ইলিয়াছ ৰহমাতুল্লা।
------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ ।।
২১-১১-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.