ETV Bharat / state

বছৰৰ অন্তিমটো দিনতো কংগ্ৰেছৰ প্ৰতিবাদী পদযাত্ৰাই কঁপাই গ’ল অসম - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

নগাঁৱত এই আইন বাতিলৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ পদযাত্ৰা ৷ বছৰৰ শেষৰ দিনটোতো ৰাজপথত আন্দোলন কৰিবলগীয়া হোৱাটো অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ আৰক্ষীৰ আবেষ্টনীত থাকি চৰকাৰৰ মন্ত্ৰীসকলে প্ৰতিবাদকাৰীৰ ওপৰত দমন নীতি চলোৱা বুলি মন্তব্য ৰকিবুল হুছেইনৰ ৷

Congress CAA protest at Nagaon
বছৰৰ অন্তিমটো দিনতো কংগ্ৰেছৰ প্ৰতিবাদী পদযাত্ৰা
author img

By

Published : Dec 31, 2019, 7:52 PM IST

নগাঁও, 31 ডিচেম্বৰঃ বছৰৰ অন্তিমটো দিনটো অব্যাহত থাকিল সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ নগাঁৱত এই আইন বাতিলৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ পদযাত্ৰা ৷ শদিয়াৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰম্ভ কৰিছে বিশাল পদযাত্ৰা ৷ মঙলবাৰে নগাঁও চহৰৰ পৰা কঁপাই যোৱা পদযাত্ৰাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদাসহ কেইবাগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৷

বছৰৰ অন্তিমটো দিনতো কংগ্ৰেছৰ প্ৰতিবাদী পদযাত্ৰা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে অসমবাসীক বাধ্য কৰিছে ৰাজপথত আন্দোলন কৰিবলৈ ৷ বছৰৰ শেষৰ দিনটোতো ৰাজপথত আন্দোলন কৰিবলগীয়া হোৱাটো অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ লগতে আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত অসমত এশখন আসন পাব বুলি ঘোষণা কৰা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাকো প্ৰত্যুত্তৰ ৰিপুন বৰাৰ ৷ যদি মন্ত্ৰীগৰাকীৰ ইমানেই জনপ্ৰিয়তা আছে তেন্তে তেজপুৰত ডেৰ কিলোমিটাৰ পথ হেলিকপ্টাৰেৰে কিয় যাব লগা হ’ল বুলিও প্ৰশ্ন ৰিপুন বৰাৰ ৷ ইয়াৰোপৰি এই প্ৰতিবাদী পদযাত্ৰাত পদযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনও মন্তব্য প্ৰদান কৰে ৷ আৰক্ষীৰ আবেষ্টনীত থাকি চৰকাৰৰ মন্ত্ৰীসকলে প্ৰতিবাদকাৰীৰ ওপৰত দমন নীতি চলোৱা বুলি মন্তব্য ৰকিবুল হুছেইনৰ ৷ আনহাতে দমন নীতিৰ বিপৰীতে চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব আইন বাতিল কৰক বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

আৰু পঢ়কঃ ২০১৯ :"কা"ই জোকাৰি গ'ল অসমৰ ৰাজনীতি-সমাজ জীৱন

Intro:বছৰৰ অন্তিমটো দিনতো কা' বিৰোধী আন্দোলনে কঁপালে নগাওঁ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ পদযাত্ৰা। বছৰৰ শেষৰটো দিন আন্দোলন কৰাটো অসমবাসীৰ বাবে দুৰ্ভাগ্য বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

Body:বছৰৰ অন্তিমটো দিনত নতুন বছৰক আদৰাত ব্যস্ত থকাৰ বিপৰীতে ৰাজপথত আন্দোলনত ব্যস্ত অসমীয়া। অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি নাগৰিকত্ব সংশোধনী আইনে ভাবুকি কঢ়িয়াই অনাৰ আশংকাত আজি ৰাজপথত দল সংগঠনৰ লগতে সাধাৰণ ৰাইজ। ৩১ ডিচেম্বৰৰ দিনটোতো ৰাজপথ কঁপাই নগাঁৱত আন্দোলন অসম প্ৰদেশ কংগ্ৰেছৰ। শদিয়াৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰম্ভ কৰিছে বিশাল পদযাত্ৰা। মঙলবাৰে নগাওঁ চহৰৰ কঁপাই যোৱা পদযাত্ৰাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদাসহ কেবাগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে অসমবাসীক বাধ্য কৰিছে ৰাজপথত আন্দোলন কৰিবলৈ। বছৰৰ শেষৰ দিনটোতো ৰাজপথত আন্দোলন কৰিবলগীয় হোৱাটো অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। লগতে আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসমত এশ খন আসন পাব বুলি ঘোষণা কৰা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাকো প্ৰত্যুত্তৰ ৰিপুন বৰাৰ। যদি মন্ত্ৰীগৰাকীৰ ইমানেই জনপ্ৰিয়তা আছে তেন্তে তেজপুৰত ডেৰ কিলোমিটাৰ পথ হেলিকপ্টাৰেৰে কিয় যাব লগা হয় বুলিও প্ৰশ্ন ৰিপুন বৰাৰ।
bite- ৰিপুন বৰা
প্ৰতিবাদী পদযাত্ৰাত পদযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মন্তব্য। আৰক্ষীৰ আবেষ্টনীত থাকি চৰকাৰৰ মন্ত্ৰীসকলে প্ৰতিবাদকাৰীৰ ওপৰত দমন নীতি চলোৱা বুলি মন্তব্য ৰকিবুল হুছেইনৰ। দমননীতিৰ বিপৰীতে চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব আইন বাতিল কৰক বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে।
bite- ৰকিবুল হুছেইন।
--------------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩১-১২-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.