ETV Bharat / state

কলিয়াবৰ মহাবিদ্যালয়ত অনুষ্ঠিত ফ'কাচ : হিষ্ট্ৰী এণ্ড ট'ৰিজিম' শীৰ্ষক মত-বিনিময় অনুষ্ঠান

author img

By

Published : Oct 16, 2019, 5:12 AM IST

কলিয়াবৰ পৰ্যটনক গতিশীলতা দিয়াৰ উদ্দেশ‍্যেৰে কলিয়াবৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ কাৰ্য‍সূচী ৷ কলিয়াবৰ মহাবিদ‍্যালয়ত অনুষ্ঠিত হোৱা এই কাৰ্য‍্যসূচীৰ অন্তৰ্গত 'ফ'কাচ : হিষ্ট্ৰী এণ্ড ট'ৰিজিম' শীৰ্ষক মত-বিনিময় অনুষ্ঠান ৷ স্থানীয় আগ্ৰহী ব‍্যক্তিৰ লগতে বাগৰি বনাঞ্চলৰ জীপ চাফাৰী সন্থাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ অনুষ্ঠানত ৷

কলিয়াবৰ মহাবিদ্যালয়ত অনুষ্ঠিত ফ'কাচ : হিষ্ট্ৰী এণ্ড ট'ৰিজিম' শীৰ্ষক মত-বিনিময় অনুষ্ঠান

কলিয়াবৰ,15 অক্টোবৰঃ কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত কলিয়াবৰ মহাবিদ‍্যালয়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বাগৰি বনাঞ্চলৰ জীপ চাফাৰী সন্থাৰ বাবে কলিয়াবৰ পৰ্য‍টন ক্ষেত্ৰসমূহৰ ওপৰত সাম‍্যক ধাৰণা দিয়াৰ বাবে কলিয়াবৰ মহাবিদ‍্যালয়ৰ পৰ্য‍্যটন প্ৰৱন্ধন বিভাগৰ সহযোগিতাত মঙ্গলবাৰে অনুষ্ঠিত হয় 'ফ'কাচ : হিষ্ট্ৰী এণ্ড ট'ৰিজিম' এক মত-বিনিময় কাৰ্য‍্যসূচী । কাৰ্য‍্যসূচীত সমল ব‍্যক্তি ৰূপে অংশগ্ৰহণ কৰে গুৱাহাটীৰ 'ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইণ্টাৰপ্ৰেনিঅ'ৰশ্চিপ'ৰ প্ৰাক্তন সঞ্চালক ড০ সুনীল কুমাৰ শইকীয়া আৰু কলিয়াবৰৰ বিশিষ্ট লিখক, কলিয়াবৰ মহাবিদ‍্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন মূৰব্বী অধ‍্যাপক তথা অসম চৰকাৰৰ প্ৰাক্তন উদ‍্যোগ আৰু বাণিজ‍্য বিভাগৰ মন্ত্ৰী গুণীন হাজৰিকাই ।

সঠিক পৰিকল্পনাৰ জৰিয়তে কলিয়াবৰকেন্দ্ৰীক পৰ্যটনৰ সম্ভাৱনীয়তাৰ বিষয়ে ড০ শইকীয়াই এক বিশ্লেষণ আগবঢ়ায় । গুণীন হাজৰিকাইও কলিয়াবৰৰ ইতিহাস প্ৰসিদ্ধ স্থানসমূহক পৰ্যটন ক্ষেত্ৰ হিচাবে গঢ় দিয়াৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোকপাত কৰে । কলিয়াবৰক পৰ্যটনৰ আকৰ্ষণীয় ক্ষেত্ৰৰূপে গঢ় দিয়াৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে । পৰ্যটনৰ প্ৰচৰ সম্ভাৱনা থকা কলিয়াবৰক ভাৰতৰ এক গুৰুত্বপূৰ্ণ পৰ্য‍্যটন ক্ষেত্ৰ হিচাবে গঢ় দিবলৈ লোৱা প্ৰাৰম্ভিক পৰ্যায়ৰ কৰ্মসূচীত সকলোৰে সহায়-সহযোগিতা কামনা কৰে ৷ কলিয়াবৰ মহাবিদ্যালয়ৰ অধ‍্যক্ষ ড০ হিৰণ‍্য কুমাৰ চলিহাই কলিয়াবৰত পৰ্যটনৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ‍্যৰে মহাবিদ্যালয়ত পৰ্যটন প্ৰৱন্ধন বিষয়টো অন্তৰ্ভুক্তিৰে কলিয়াবৰক এক পৰ্যটনমুখী উদ্যোগৰূপে গঢ় দিব পৰা যাব বুলি মত ব্যক্ত কৰে ।

মত বিনিময় অনুষ্ঠানৰ অন্তত কলিয়াবৰ প্ৰশাসনৰ উদ্যোগত আৰু জীপ চাফাৰী সন্থাৰ সহযোগত প্ৰথম পৰ্যায়ত চিহ্নিত কৰা কলিয়াবৰৰ বিশেষ পৰ্যটনস্থলীসমূহ প্ৰদৰ্শনমূলক জীপ চাফাৰীৰ দ্বাৰা পৰিদৰ্শনৰ ব‍্যৱস্থা কৰা হয়। য'ত জীপ চাফাৰী সন্থাৰ প্ৰতিনিধি আৰু স্থানীয় আগ্ৰহী ব‍্যক্তিসকলে অংশগ্ৰহণ কৰে। স্থানসমূহৰ ভিতৰত শিলখোৰোং শিৱ মন্দিৰ, হাতীমূৰি দূৰ্গা মন্দিৰ, শিলঘাটৰ কামাখ‍্যা মন্দিৰ, মিছাৰ প'ল' ক্লাৱ আদিসমূহে স্থান লাভ কৰে ৷

আৰু পঢ়ক

Intro:কলিয়াবৰ পৰ্য‍্যটনক গতিশীলতা দিয়াৰ উদ্দেশ‍্যেৰে কলিয়াবৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ কাৰ্য‍্যসূচী

কলিয়াবৰ মহাবিদ‍্যালয়ত অনুষ্ঠিত হোৱা এই কাৰ্য‍্যসূচীৰ অন্তৰ্গত 'ফ'কাচ : হিষ্ট্ৰী এণ্ড ট'ৰিজিম' শীৰ্ষক মত-বিনিময় অনুষ্ঠান

স্থানীয় আগ্ৰহী ব‍্যক্তিৰ লগতে বাগৰি বনাঞ্চলৰ জীপ চাফাৰী সন্থাৰ প্ৰতিনিধিৰ অংশগ্ৰহণBody:কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত কলিয়াবৰ মহাবিদ‍্যালয়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বাগৰি বনাঞ্চলৰ জীপ চাফাৰী সন্থাৰ বাবে কলিয়াবৰ পৰ্য‍্যটন ক্ষেত্ৰসমূহৰ ওপৰত সাম‍্যক ধাৰণা দিয়াৰ বাবে কলিয়াবৰ মহাবিদ‍্যালয়ৰ পৰ্য‍্যটন প্ৰৱন্ধন বিভাগৰ সহযোগিতাত মঙ্গলবাৰে অনুষ্ঠিত হয় 'ফ'কাচ : হিষ্ট্ৰী এণ্ড ট'ৰিজিম' এক মত-বিনিময় কাৰ্য‍্যসূচী। কাৰ্য‍্যসূচীত সমল ব‍্যক্তি ৰূপে অংশগ্ৰহণ কৰে গুৱাহাটীৰ 'ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইণ্টাৰপ্ৰেনিঅ'ৰশ্চিপ'ৰ প্ৰাক্তন সঞ্চালক ড০ সুনীল কুমাৰ শইকীয়া আৰু কলিয়াবৰৰ বিশিষ্ট লিখক, কলিয়াবৰ মহাবিদ‍্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন মূৰব্বী অধ‍্যাপক তথা অসম চৰকাৰৰ প্ৰাক্তন উদ‍্যোগ আৰু বাণিজ‍্য বিভাগৰ মন্ত্ৰী গুণীন হাজৰিকাই।
সঠিক পৰিকল্পনাৰ জৰিয়তে কলিয়াবৰকেন্দ্ৰীক পৰ্য‍্যটনৰ সম্ভাৱনীয়তাৰ বিষয়ে ড০ শইকীয়াই এক বিশ্লেষণ আগবঢ়ায়।
গুণীন হাজৰিকায়েও কলিয়াবৰৰ ইতিহাস প্ৰসিদ্ধ স্থানসমূহক পৰ্য‍্যটন ক্ষেত্ৰ হিচাবে গঢ় দিয়াৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোকপাত কৰে।
কলিয়বৰক পৰ্য‍্যটনৰ আকৰ্ষণীয় ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে। পৰ্য‍্যটনৰ প্ৰচৰ সম্ভাৱনা থকা কলিয়াবৰক ভাৰতৰ এক গুৰুত্বপূৰ্ণ পৰ্য‍্যটন ক্ষেত্ৰ হিচাবে গঢ় দিবলৈ লোৱা প্ৰৰম্ভিক পৰ্য‍্যায়ৰ কৰ্মসূচীত সলোৰে সহায় সহযোগিতা কামনা কৰে। কলিয়াবৰ মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ড০ হিৰণ‍্য কুমাৰ চলিহাই কলিয়াবৰত পৰ্য‍্যটনৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ‍্যৰে মহাবিদ‍্যালয়ত পৰ্য‍্যটন প্ৰৱন্ধন বিষয়টো অন্তৰ্ভূক্তিৰে কলিয়াবৰক এক পৰ্য‍্যটনমুখী উদ‍্যোগ স্বৰূপে গঢ় দিব পৰা যাব বুলি মত প্ৰকাশ কৰে।
মত বিনিময় অনুষ্ঠানৰ অন্তত কলিয়াবৰ প্ৰশাসনৰ উদ‍্যোগত আৰু জীপ চাফাৰী সন্থাৰ সহযোগত প্ৰথম পৰ্য‍্যায়ত চিহ্নিত কৰা কলিয়াবৰৰ বিশেষ পৰ্য‍্যটন স্থলীসমূহ প্ৰদৰ্শনমূলক জীপ চাফাৰীৰ দ্বাৰা পৰিদৰ্শনৰ ব‍্যৱস্থা কৰা হয়। য'ত জীপ চাফাৰী সন্থাৰ প্ৰতিনিধি আৰু স্থানীয় আগ্ৰহী ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে। স্থানসমূহৰ ভিতৰত শিলখোৰোং শিৱ মন্দিৰ, হাতীমূৰি দূৰ্গা মন্দিৰ, শিলঘাটৰ কামাখ‍্যা মন্দিৰ, মিছাৰ প'ল' ক্লাৱ আদি প্ৰধান।Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.