ETV Bharat / state

CM Birthday Celebration at Nagaon : বন্তিৰ আলোকৰে আলোকিত নগাঁও চহৰ

author img

By

Published : Feb 2, 2022, 1:06 PM IST

বন্তিৰ আলোকৰে মঙলবাৰে আলোকিত হৈ পৰে নগাঁৱৰ নেহেৰুৱালীৰ বাকৰি(CM birthday celebrated at Nagaon) ৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত মঙলবাৰে সন্ধিয়া নেহৰুৱালীত ২,২০০ গছি বন্তি প্ৰজ্বলিত কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাৰ জন্মদিন উদযাপন কৰা হয় ৷

cms-birthday-celebrated-by-mla-rupak-sarma
নগাঁৱত ২৩০০ বন্তি জ্বলালে বিধায়ক ৰূপক শৰ্মাই

নগাঁও, 2 ফেব্ৰুৱাৰী : নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন(CM birthday celebrated at Nagaon) পালন কৰা হয় ৷ নগাঁও চহৰৰ নেহৰুৱালীত ২,২০০ গছি চাকি জ্বলাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন উদযাপন(Assam CM Himanta Biswa Sarma Turns 53) কৰে বিধায়কগৰাকীয়ে ৷ বিধায়ক ৰূপক শৰ্মাই ২,২০০ গছি চাকি জ্বলোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে কেকো কাটে ৷ বিধায়ক শৰ্মাৰ তৎপৰতাত বন্তিৰ পোহৰৰ লগতে ফটকা-আতচবাজিৰ পোহৰ আৰু শব্দয়ে এক উৎসৱমুখৰ পৰিবেশে সৃষ্টি কৰে নগাঁও চহৰখনত ৷

ইফালে জন্মদিনত কলঙৰ বাকৰিৰ পৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁৱৰ বিজেপিৰ নেতা-কৰ্মীসকলেও শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে (CM birthday celebrated by MLA Rupak Sarma) ৷ মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন কৰি বিধায়কগৰাকীয়ে কয় যে- "অসমী আইৰ সু-সন্তান ভাৰতবৰ্ষৰ ভিতৰতে উজ্জল নক্ষত্ৰ যাক লৈ প্ৰতিগৰাকী অসমীয়াই গৌৰৱ অনুভৱ কৰে, যাক লৈ আমি সুৰক্ষিত অনুভৱ কৰো, যি আমাৰ বাবে সাহস তেখেতৰ ৫৩ সংখ্যক জন্মদিন ৷

তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সুস্বাস্থ্যৰ লগতে যাতে আগন্তুক দিনত ৰাজ্যখনক আৰু অধিক সুন্দৰ ভাবে চলাই নিব পাৰে তাৰবাবে বিধায়কগৰাকীয়ে তেওঁৰ জন্মদিনটোত ২,২০০ গছি চাকি জ্বলোৱাৰ কথা জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, নগাঁৱৰ ভেৰভেৰিস্থিত মহামৃত্যুঞ্জয় মন্দিৰতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা কৰে বহুলোকে(Nagaon people pray for CM long life) ।

জন্মদিনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা জনাবলৈ পুৱাৰ পৰা সন্ধিয়ালৈকে বহু লোকে ভিৰ কৰে মহা মৃত্যুঞ্জয় মন্দিৰত । বিজেপি কৰ্মকৰ্তায়ো মুখ্যমন্ত্ৰীগৰাকীৰ বাবে প্ৰাৰ্থনা কৰে মহামৃত্যুঞ্জয় মন্দিৰত ৷

লগতে পঢ়ক : CMs Birthday Celebration: কমলপুৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ জন্মদিন উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.