ETV Bharat / state

Civilian anti-narcotics drive: নগাঁও আৰক্ষীৰ ব্যৰ্থতা উদঙাই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযানত নামিল ৰাইজ

author img

By

Published : Nov 1, 2022, 8:39 AM IST

Updated : Nov 1, 2022, 9:47 AM IST

ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ তথা ব্যৱসায় নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও আৰক্ষী । এইবাৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ ঘৰৰ পৰা ওলাই আহিল জনসাধাৰণ (Public come out to campaign against drugs) । নগাঁৱৰ ম'হখুলিত স্থানীয় পঞ্চায়ত সভানেত্ৰীৰ নেতৃত্বত ৰাইজে উৎখাত কৰিলে মদ-ভাঙৰ ঘাটি ।

Civilian anti-narcotics drive
নগাঁও আৰক্ষীৰ ব্যৰ্থতা উদঙাই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযানত নামিল ৰাইজ
  • ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ তথা ব্যৱসায় নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও আৰক্ষী
  • এইবাৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ ঘৰৰ পৰা ওলাই আহিল জনসাধাৰণ (Civilian anti-narcotics drive)
  • নগাঁৱৰ ম'হখুলিত স্থানীয় পঞ্চায়ত সভানেত্ৰীৰ নেতৃত্বত ৰাইজে উৎখাত কৰিলে মদ-ভাঙৰ ঘাটি
  • জ্যোৎস্নাৰা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰত ৰাইজে চলালে অভিযান
  • অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা আৰু চুলাই মদ জব্দ কৰি অভিযুক্তক গতাই দিলে আৰক্ষীক (Ganja and liquor seized)
  • দীৰ্ঘদিনে অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ

Last Updated : Nov 1, 2022, 9:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.