ETV Bharat / state

কলিয়াবৰত ব্যতিক্ৰমী ভোগালীঃ মঞ্চস্থ শিশু নাট

author img

By

Published : Jan 17, 2020, 5:21 PM IST

ঐতিহ্যমণ্ডিত ভঁড়ালী নামঘৰ প্ৰাংগণত মঞ্চস্থ কৰা হয় শিশু নাট ৷ শিশু সকলে অভিনয় কৰা ‘ধেমালি’ শীৰ্ষক নাটখনৰ ৰচনা আৰু পৰিচালনা মিন্টু মৌচম বৰাৰ ৷

children drama at Kaliabor
কলিয়াবৰত ব্যতিক্ৰমী ভোগালীঃমঞ্চস্থ শিশু নাট

কলিয়াবৰ,17 জানুৱাৰীঃ কলিয়াবৰৰ ভঁড়ালী গাঁৱত ভোগালীৰ ব্যতিক্ৰমী আয়োজন ৷ ঐতিহ্যমণ্ডিত ভঁড়ালী নামঘৰ প্ৰাংগণত ভোগালী বিহু উপলক্ষে মঞ্চস্থ কৰা হয় শিশু নাট ৷ শিশু সকলে অভিনয় কৰা ‘ধেমালি’ শীৰ্ষক নাটখনৰ ৰচনা আৰু পৰিচালনা মিন্টু মৌচম বৰাৰ ৷ উল্লেখ্য যে, উক্ত নাটখনি আনুষ্ঠানিকভাৱে মুকলি কৰে স্থানীয় বয়োজ্যেষ্ঠ শিল্পী তথা ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত ভাবি শইকীয়াই ৷

ভঁড়ালী নামঘৰ প্ৰঙ্গনত মঞ্চস্থ শিশু নাট

লগতে পঢ়ক-কেন্দ্ৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ এনডিএফবি (এছ)ৰ

Intro:কলিয়াবৰৰ ঐতিহ‍্যমণ্ডিত ভঁৰালী নামঘৰ প্ৰাঙ্গনত শিশু নাট

ভোগালী বিহুত ভঁৰালী গাঁৱত ব‍্যতক্ৰমী আয়োজনBody:কলিয়াবৰৰ ঐতিহ‍্যমণ্ডিত ভঁৰালী নামঘৰ প্ৰাঙ্গনত শিশু নাট। ভোগালী বিহুৰ লগত ৰজিতা খুৱাই ভঁৰালী গাঁৱৰ শিশুসকলে অভিনয় কৰা "ধেমালি' শীৰ্ষক নাটখনৰ ৰচনা আৰু পৰিচালনা মিণ্টু মৌচুম বৰাৰ। ভোগালী বিহুৰ ভেলাঘৰ আৰ্হিৰে নৰাৰে নিৰ্মিত মঞ্চত শিশুসকলৰ অভিনয়ে শীতৰ নিশা উপস্থিত দৰ্শকৰ মন উমাল কৰি তোলে।
নাটখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে স্থানীয় বয়োজ‍্যেষ্ঠ শিল্পী তথা ৰাজ‍্য চৰকাৰৰ শিল্পী পেঞ্চনাৰ ভাবি শইকীয়াই।Conclusion:Visuals
Bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.