ETV Bharat / state

ৰাজ্যজুৰি উঠিছে প্ৰতিবাদৰ জোঁৱাৰ

কলিয়াবৰত প্ৰথমবাৰৰ বাবে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত ৷ মৰিগাঁৱতো আজি অব্যাহত কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সৰুপথাৰতো প্ৰতিবাদ ৷ পৰীক্ষা এৰি ৰাজপথত কেব বিৰোধী প্ৰতিবাদত নামিল নলবাৰী পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰী ৷

author img

By

Published : Dec 11, 2019, 4:54 PM IST

ৰাজ্যজুৰি প্ৰতিবাদৰ জোঁৱাৰ
ৰাজ্যজুৰি প্ৰতিবাদৰ জোঁৱাৰ

নিউজ ডেস্ক, 11 ডিচেম্বৰ: কলিয়াবৰত প্ৰথমবাৰৰ বাবে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত ৷ চৰকাৰলৈ বুলি ক্ষুব্ধ ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ কেবৰ বিৰুদ্ধে কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদী সমদল মহকুমাধিপতিৰ কাৰ্যালয়লৈ ৷ শিক্ষক-শিক্ষয়িত্ৰীয়েও কৰিলে অংশগ্ৰহণ ৷

শিক্ষাৰ্থীৰ প্ৰতিবাদী সমদল মহকুমাধিপতিৰ কাৰ্যালয়লৈ

মৰিগাঁও: মৰিগাঁৱতো আজি অব্যাহত কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী সকলে পথৰ ওপৰত টায়াৰ জ্বলাই পথ অৱৰোধেৰে বিৰোধিতা কৰে কেবৰ ৷

মৰিগাঁৱতো অব্যাহত কেব বিৰোধী প্ৰতিবাদ

লগতে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত চহৰখনৰ মাজ মজিয়াত অনুষ্ঠিত হয় পথসভা ৷ দুপৰীয়াৰ ভাগত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত বহুকেইজন ছাত্ৰ নেতা,প্ৰাক্তন ছাত্ৰ নেতাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কেব বিৰোধী শ্লোগান দি উদাত্ত কণ্ঠৰে ভাষণ আগবঢ়ায় ৷

সৰুপথাৰ:নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৰপথাৰ-জামুগুৰি সংযোগী পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে তামুলিগাঁৱৰ ৰাইজে ৷ ইফালে বিলগাঁৱতো আছু,ছাত্ৰ মুক্তি আৰু ৰাইজে অৱৰোধ কৰে ৰে'লপথ ৷ ইয়াৰ ফলত ডিব্ৰুগড় অভিমুখী জনশতাব্দী এক্সপ্ৰেছ খন স্তব্ধ হৈ পৰে ৷

স্তব্ধ ডিব্ৰুগড় অভিমুখী জনশতাব্দী এক্সপ্ৰেছ

নলবাৰী : পৰীক্ষা এৰি ৰাজপথত কেব বিৰোধী প্ৰতিবাদত নামিল নলবাৰী পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰী ৷ বিভিন্ন কেব বিৰোধী শ্লোগানেৰে বাঁহজানী-চক বজাৰ পথত টায়াৰ জ্বলাই পথ অবৰোধ কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷

পৰীক্ষা এৰি ৰাজপথত নলবাৰী পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰী

লগতে পঢ়ক: তিনিচুকীয়াত স্তব্ধ অইল ইণ্ডিয়া লিমিটেডঃপথ অৱৰোধ প্ৰতিবাদকাৰীৰ

Intro:অসমীয়াৰ আবেগ নুবুজা অগপ মন্ত্ৰীক তীব্ৰ ধিক্কাৰ

কলিয়াবৰত প্ৰথমবাৰৰ বাবে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত

মুখ‍্যমন্ত্ৰী, মন্ত্ৰী শৰ্মা, মহন্তলৈ তীব্ৰ বাক‍্যবান প্ৰতিবাদকাৰীৰ

অগপ মুৰ্দাবাদ ধ্বনিংছ‌বছ‌ং‌ংলছথয

আছুৰ প্ৰাক্তন সভাপতিজনক চৰকাৰ ত‍্যাগ কৰি অসমীয়াৰ আবেগ-অনুভূতিক সন্মান জনাই অসমীয়া লগত থাকিবলৈ সকীয়নি

কেব বিৰুদ্ধে কলিয়াবৰৰ ছাত্ৰৰ প্ৰতিবাদী সমদল কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍্যলয়লৈ

মুখ‍্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ প্ৰতিবাদকাৰীৰ

কলিয়াবৰ মহবিদ‍্যালয়, কলিয়াবৰ শিক্ষণ মহাবিদ‍্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ, সঙ্গ দিলে শিক্ষক-শিক্ষয়িত্ৰীয়ে

চৰকাৰ বিৰোধী ধ্বনিৰে ৰাজপথত অৱস্থান ছাত্ৰ প্ৰতিবাদকাৰীBody:কলিয়াবৰ ছাত্ৰ সমাজে আজি কলিয়াবৰ মহাবিদ‍্যালয়ৰ পৰা এক কেব বিৰোধী সমদল উলিয়াই। ৩৭ নং ৰাষ্ট্ৰীয় পথৰে চৰকাৰ বিৰোধী ধ্বনি দি তীব্ৰ প্ৰতিবাদ সাব‍্যস্ত কৰে। একালৰ আছুৰ সভাপতি বৰ্তমানৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে তীব্ৰ ধ্বনিৰে চৰকাৰ ত‍্যাগ কৰিবলৈ মুকলি প্ৰত‍্যাহ্বান জনাই প্ৰতিবাদকাৰীয়ে।
প্ৰতিবাদকাৰীসকলে মহকুমা প্ৰশাসনৰ বুজনি নামানি বৰ্তমান ৰাজপথত যান-বাহন ৰুদ্ধ কৰি অৱস্থান গ্ৰহণ কৰি আছে। Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.