ETV Bharat / state

নগাঁও জিলাক চুই গ'ল বছৰৰ প্ৰথমটো বানে ! - nagaon_flood

নগাঁও জিলাৰ কচুৱা, ১নং ফাকলিত বানত বুৰ গল শ শ বিঘাৰো অধিক কৃষিভূমি । ফেনীৰ প্ৰভাৱতে ধাৰাষাৰ বৰষুণৰ ফলত সংহাৰী ৰূপ ধাৰণ কৰিছে নগাঁৱৰ কপিলী আৰু বৰপানী নৈয়ে ।

নগাঁও জিলাক চুই গ'ল বছৰৰ প্ৰথমটো বানে !
author img

By

Published : May 6, 2019, 2:42 PM IST

বঢ়মপুৰ,৬ মে' : বছৰৰ প্ৰথমটো বানত বুৰিল নগাঁও জিলাৰ কচুৱা অঞ্চল । বানত বুৰ গ'ল নগাঁও জিলাৰ কচুৱা, ১নং ফাকলি । বানত বুৰ গল শ শ বিঘাৰো অধিক কৃষিভূমি । ৰাজ্যত ফেনীৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নগাঁৱৰ কামপুৰত সংহাৰী ৰূপ ধাৰণ কৰিছে কপিলী আৰু বৰপানী নৈয়ে ।

নগাঁও জিলাক চুই গ'ল বছৰৰ প্ৰথমটো বানে !

বৰপানী নৈৰ বাঢ়নী পানী খেতি চপোৱাৰ সময়ত পকা ধানৰ খেতিত পানী সোমোৱাত দুৰ্ভোগ ভুগিছে অঞ্চলটোৰ কৃষক সকলে । হাতযোৰ কৰি পৰিৱৰ্তনকামী চৰকাৰলৈ ব্যৱস্থাগ্ৰহণ কৰিবলৈ আহ্বান কৃষক সকলৰ । ইফালে ফেনে ফুটুকাৰে বাঢ়ি আহিছে কপিলী নৈ । কামপুৰ অঞ্চলৰ কপিলী নৈৰ বহুকেইটা মথাউৰি নিৰ্মাণ নকৰাত উন্মুক্ত অৱস্থাত থকাত সম্প্ৰতি শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷

Intro:Anchor=বছৰৰ প্ৰথমটো বানত বুৰিল নগাঁও জিলাৰ কচুৱা, ১নং ফাকলিৰ | বানত বুৰ গল শ শ বিঘা বৰো ধানৰ কৃষিভূমি ৷ ৰাজ্যত ফনীৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুনৰ ফলত কামপুৰত কপিলী আৰু বৰপানী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । বহাগৰ প্ৰথমটো বানত বুৰ গ'ল কচুৱা, ১নং ফাকলিৰ বানত শ শ বিঘা বৰো ধানৰ কৃষিভূমি ৷ বৰপানী নৈৰ বাঢ়নী পানী খেতি চপোৱাৰ সময়ত পকা ধানৰ খেতিত পানী সোমোৱাত মুৰে কপালে হাত দিছে অঞ্চলটোৰ কৃষক সকলে । হাতযোৰ কৰি পকিবৰ্তনগামী চৰকাৰলৈ আহ্বান কৃষক সকলৰ আমাক সহায় কৰক ৷ ইফালে ফেনে ফুটুকাৰে বাঢ়িছে কপিলী নৈও । কামপুৰ অঞ্চলৰ কপিলী নৈৰ বহুকেইটা মাথাউৰি নিৰ্মান নকৰাত উন্মুক্ত অৱস্থাত থকাত শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷

Body:Byte=ভূক্তভোগী কৃষক ৷

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.