ETV Bharat / state

নগাঁও প্ৰেছ ক্লাৱত সাহিত্যিক ,সাংবাদিক শৈলেন শইকীয়াৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন - শৈলেন শইকীয়া

বৃহস্পতিবাৰে নগাঁও প্ৰেছ ক্লাৱত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় গ্ৰন্থ তিনিখন । "আহোম শাসনৰ সংকটকাল" আৰু "ভোটাই ডেকা" নামৰ গ্ৰন্থ খন উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই।

নগাওঁ প্ৰেছ ক্লাৱত সাহিত্যিক ,সাংবাদিক শৈলেন শইকীয়াৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন
author img

By

Published : May 30, 2019, 11:22 PM IST

নগাঁও 30 মেঃ :নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ,লেখক শৈলেন শইকীয়াৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় নগাওঁ প্ৰেছ ক্লাৱত । বৃহস্পতিবাৰে নগাওঁ প্ৰেছ ক্লাৱত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় গ্ৰন্থ তিনিখন। "আহোম শাসনৰ সংকটকাল" আৰু "ভোটাই ডেকা" নামৰ গ্ৰন্থ খন উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই। লগতে গল্প সংকলন মহাসমৰ উন্মোচন কৰে বিশিষ্ট চলচিত্ৰ পৰিচালক অৰূপ মান্নাই আৰু উপন্যাস "নায়ক" উন্মোচন কৰে বিশিষ্ট লেখক খৰ্গেশ্বৰ ভূঞাই।

নগাওঁ প্ৰেছ ক্লাৱত সাহিত্যিক ,সাংবাদিক শৈলেন শইকীয়াৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন

১৭ শতিকাত অসমত ল'ৰা ৰজাই সন্ত্ৰাস সৃষ্টি কৰা শেষৰজন খলনায়ক লালুক বৰফুকনক হত্যা কৰা নগাঁওৰ ভোটাই ডেকাই। এই সন্দৰ্ভত অধ্যয়ন কৰি নতুন প্ৰজন্মই যাতে ভোটাই ডেকা সম্পৰ্কত চিন্তা চৰ্চাৰ বাট মুকলি কৰিব পাৰে তাৰেই উদ্দেশ্যেই সাংবাদিক শৈলেন শইকীয়াই লিখি উলিয়াইছে আহোম শাসনৰ সংকটকাল আৰু ভোটাই ডেকা নামৰ গ্ৰন্থ খন। একেদৰে দুৰ্নীতিৰ বিৰুদ্ধে গুৰুত্ব প্ৰদান কৰি লিখিছে উপন্যাস "নিসংগ নায়ক"। উল্লেখযোগ্য যে সাংবাদিক জীৱনৰ ব্যস্ততাৰ মাজতো শৈলেন শইকীয়াই পূৰ্বেও অমৃতৰ সন্ধানত মানুহবোৰ, সেউজী পাতৰ উচুপনি আদি উপন্যাসৰ লগতে নগাঁৱৰ ৯৬ গৰাকী ৰাজনীতিৰ ওপৰত লিখিছিল নগঞা ৰাজনীতি নামৰ আন এখন গ্ৰন্থ ৷

Intro:নগাওঁ প্ৰেছ ক্লাৱত সাহিত্যিক ,সাংবাদিক শৈলেন শইকীয়াৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন।

Body:নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ,লেখক শৈলেন শইকীয়াৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় নগাওঁ প্ৰেছ ক্লাৱত। বৃহস্পতিবাৰে নগাওঁ প্ৰেছ ক্লাৱত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় গ্ৰন্থ তিনিখন। আহোম শাসনৰ সংকটকাল আৰু ভোটাই ডেকা নামৰ প্ৰবন্ধ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই। লগতে গল্প সংকলন মহাসমৰ উন্মোচন কৰে বিশিষ্ট চলচিত্ৰ পৰিচালক অৰূপ মান্নাই আৰু উপন্যাস নায়ক উন্মোচন কৰে বিশিষ্ট লেখক খৰ্গেশ্বৰ ভূঞাই। ১৭ শতিকাত অসমত ল'ৰা ৰজা পাতি সন্ত্ৰাসৰ চলাই সংকটকালৰ সৃষ্টি কৰা শেষৰজন খলনায়ক লালুক বৰফুকনক হত্যা কৰা নগাঁৱৰ ভোটাই ডেকাই। এই সন্দৰ্ভত অধ্যয়ন কৰি নতুন প্ৰজন্মই যাতে ভোটাই ডেকা সম্পৰ্কত চিন্তা চৰ্চাৰ বাট মুকলি কৰিব পাৰে তাৰেই উদ্দেশ্যেই সাংবাদিক শৈলেন শইকীয়াই লিখি উলিয়াইছে আহোম শাসনৰ সংকটকাল আৰু ভোটাই ডেকা নামৰ প্ৰবন্ধখন। একেদৰে দুৰ্নীতিৰ বিৰুদ্ধে গুৰুত্ব প্ৰদান কৰি লিখিছে উপন্যাস নিসংগ নায়ক। উল্লেখযোগ্য যে সাংবাদিক জীৱনৰ ব্যস্ততাৰ মাজতো শৈলেন শইকীয়াই পূৰ্বেও অমৃতৰ সন্ধানত মানুহবোৰ, সেউজী পাতৰ উচুপনি আদি উপন্যাসৰ লগতে নগাঁৱৰ ৯৬ গৰাকী ৰাজনীতিৰ ওপৰত লিখিছিল নগঞা ৰাজনীতি নামৰ আন এখন গ্ৰন্থ।
bite.
-------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩০-৫-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.