ETV Bharat / state

শ্ৰীশ্ৰীসিদ্ধেশ্বৰ মুক্তিনাথ জলকুণ্ডৰ ব’লব’ম বাতিল

author img

By

Published : Jul 17, 2020, 6:03 PM IST

নগাঁৱৰ ঐতিহ্যমণ্ডিত ৰেংবেঙৰ শ্ৰীশ্ৰীসিদ্ধেশ্বৰ মুক্তিনাথ জলকুণ্ডত এইবেলি অনুষ্ঠিত নহয় মহা ব’ল ব’ম ৷ ক'ভিড ১৯ ৰ গণ সংক্ৰমণৰ আশংকাত 19 জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ব’ল ব’মৰ সকলো কাৰ্যসূচী বাতিল কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷

Bolbom cancel due to corona virus nagaon assam etv bharat news
শ্ৰীশ্ৰীসিদ্ধেশ্বৰ মুক্তিনাথ জলকুণ্ড

বঢ়মপুৰ,17 জুলাই: হিন্দু সমাজত পবিত্ৰ শাওণ মাহক গণ্য কৰা হয় দেৱাদিদেৱ মহাদেৱৰ জন্মমাহ হিচাপে ৷ সেয়ে ৰাজ্যৰ সকলো শিৱ মন্দিৰত অভাৱনীয়ভাৱে ভিৰ কৰেহি ভক্তসকলে ৷ সমান্তৰালকৈ পালন কৰা হয় ব’ল ব’ম ৷ কিন্তু পূৰ্বৰ বছৰৰবোৰৰ বিপৰীতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ এইবেলি ৰাজ্যত অনুষ্ঠিত নহয় ব’ল ব’ম ৷

ব’লব’ম বাতিল

নগাঁৱৰ কঠিয়াতলী ৰেংবেঙৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীসিদ্ধেশ্বৰ মুক্তিনাথ জলকুণ্ডতো এইবেলি অনুষ্ঠিত নহয় মহা ব’ল ব’মৰ কোনো কাৰ্যসূচী ৷ ক'ভিড ১৯ ৰ গণ সংক্ৰমণৰ আশংকাত 19 জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ব’ল ব’মৰ সকলো কাৰ্যসূচী বাতিল কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷

লগতে চাওকঃ অৱশেষত আৰক্ষীৰ জালত কুখ্যাত তেল চোৰ জিতেন গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.