ETV Bharat / state

ৰূপহী বিজেপিৰ জুৰীয়া মণ্ডলৰ বুথ সভা অনুষ্ঠিত

author img

By

Published : Nov 19, 2020, 11:53 AM IST

বুধবাৰে ৰূপহী সমষ্টিৰ বিজেপিৰ জুৰীয়া মণ্ডলৰ এক বুথ সভা অনুষ্ঠিত হয় ৷ সভাখনত সভাপতিত্ব কৰে মহেন্দ্ৰ বৰাই ৷

joria bjp comitee
ৰূপহী সমষ্টিৰ বিজেপিৰ জুৰীয়া মণ্ডলৰ বুথ সভা

নগাঁও, 19 নৱেম্বৰ: ৰূপহী সমষ্টিৰ অন্তৰ্গত শিঙীয়া সমবায় সমিতিৰ প্ৰেক্ষাগৃহত বুধবাৰে বিজেপিৰ জুৰীয়া মণ্ডলৰ এক বুথ সভা অনুষ্ঠিত হয় ৷ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে মহেন্দ্ৰ বৰাই ৷

উক্ত সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ উপ-সভানেত্ৰী ছালমা জেচমিন, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক গুলজাৰ হুছেইন, আবুল হুছেইন, ৰাণা বৰা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ এই সভাতে কেইবাজনো লোকে বিজেপিত যোগদান কৰে ৷

লগতে পঢ়ক: বিশ্বজিৎ দৈমাৰী গ’ বেক ধ্বৰ্নিৰে উত্তাল খৈৰাবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.