ETV Bharat / state

নগাঁৱত বিজেপি নেতাৰ গুণ্ডাগিৰি - সংকট জনক অৱস্থাত

গাঁওৰক্ষী বাহিনীৰ সম্পাদক বিষ্ণুৰাম মণ্ডলে যতন দাস নামৰ এজন গুণ্ডাক লগত লৈ ৰামকৃষ্ণ দাসক ঘৰৰ পৰা উঠাই আনি মাৰপিট কৰে । বৰ্তমান ৰামকৃষ্ণ দাসক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে ।

bjp don at kasua, nagaon
নগাঁৱৰ কচুৱাৰ লংজাপ জাৰণিত বিজেপি নেতাৰ গুন্দাগিৰি
author img

By

Published : Nov 1, 2020, 4:48 PM IST

Updated : Nov 1, 2020, 4:56 PM IST

বঢ়মপুৰ,1 নবেম্বৱৰঃ নগাঁৱৰ কচুৱাৰ লংজাপ জাৰণিত বিজেপি নেতাৰ গুণ্ডাগিৰি অভিযোগ ৷ নিৰ্মমভাবে মাৰপিটৰ এজন লোকক । সংকট জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি আহতত লোকজনক ৷ জানিব পৰা মতে মদ্যপান কৰি অত্যাচাৰ কৰাৰ বাবে ৰামকৃষ্ণ দাসক পুত্ৰই বান্ধি থৈছিল ঘৰত । পিতৃক পুত্ৰই বান্ধি থোৱাৰ খবৰ পাই গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ কেইজনমান লোক উপস্থিত হৈছিল লোকজনৰ বাসগৃহত ।

নগাঁৱত বিজেপি নেতাৰ গুণ্ডাগিৰি

স্থানীয় লোকৰ খবৰ অনুসৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক বিষ্ণুৰাম মণ্ডলে যতন দাস নামৰ এজন গুণ্ডাক লগত লৈ ৰামকৃষ্ণ দাসক ঘৰৰ পৰা উঠাই আনি মাৰপিট কৰে । বৰ্তমান ৰামকৃষ্ণ দাসক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে । লংজাপ জাৰণি গাঁওৰক্ষী বাহিনীৰ সম্পাদক বিষ্ণুৰাম মণ্ডল লগত থকাৰ পাছত বিজেপিৰ পালি নেতা যতন দাসে কেনেদৰে মাৰপিট কৰিব পালে তাক লৈহে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ।

লগতে পঢ়কঃ কাৰ দখলত যাব পাটাছাৰকুছি : অগপৰ স্পষ্ট মত প্ৰাৰ্থী আমিয়েই প্ৰদান কৰিম

Last Updated : Nov 1, 2020, 4:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.